চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[Category:জীৱনী]]
[[Image:chandraprasad saikia.jpg|right|200px]]
 
গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে পৰিচিত চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এটি চিৰনমস্য নাম | ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল | কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে | এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে | "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য একাডেমীঅকাডেমি বঁটা]] লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে | অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় | তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল |