ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
67 নং শাৰী:
 
== অৰ্থনীতি ==
১৯৬৫ চনত স্বাধীনতা লাভৰ পূৰ্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী' আছিল।আছিল৷<ref name="Bureau of Economic and Business Affairs">{{cite web |url=http://www.state.gov/e/eb/rls/othr/ics/2012/191233.htm |title=2012 Investment Climate Statement – Singapore |author=Bureau of Economic and Business Affairs |date=June 2012 |publisher=United States Department of State |accessdate=10 March 2014}}</ref> এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি থাকাৰথকাৰ কাৰণে ছিংগাপুৰক 'জিবৰালটাৰ অফ দা ইষ্ট' বোলা হৈছিল।<ref>{{cite web|url=http://www.treasury.gov.au/PublicationsAndMedia/Publications/2012/Economic-Roundup-Issue-4/HTML/article3|title=The familiar pattern of Chinese consumption growth|publisher=|accessdate=4 March 2015}}</ref> ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত [[ইউৰোপ]] আৰু [[এছিয়া]]ৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায়, ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্ৰধান সমুদ্ৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়।হয়৷<ref>http://www.mti.gov.sg/ResearchRoom/SiteAssets/Pages/Economic-Survey-of-Singapore-2012/FullReport_AES2012.pdf</ref>
 
১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ আমেৰিকান ডলাৰ। এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সৰ্বোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ অহাৰ ফলত ছিংগাপুৰৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হোৱা আৰম্ভ হয়। আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্য্যদা লাভ কৰে।কৰে৷<ref>{{cite report|url=http://www.sgx.com/wps/portal/sgxweb/home/marketinfo/market_statistics|title=Statistical Report, March 2014|publisher=Singapore Exchange}}</ref><ref>http://www.pmo.gov.sg/content/pmosite/mediacentre/speechesninterviews/primeminister/2009/May/speeches_by_primeministerleehsienloongandmalaysianprimeministern.html#.VDvFfPmSxXY</ref><ref>http://www.singstat.gov.sg/statistics/visualising_data/visualiser/trade/trade.html</ref>
 
== পৰ্যটন ==
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে