ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
73 নং শাৰী:
== পৰ্যটন ==
পৰ্যটন ছিংগাপুৰৰ অন্যতম প্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমণ কৰে।
*'''নৈশ চাফাৰী''': ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ চাফাৰী।চাফাৰী৷<ref>[http://www-singapore.com/attractions/index.html ছিংগাপুৰ ডট কম]</ref> নৈশ চাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
*'''মাৰলায়ন পাৰ্ক''': মাৰলিন বা সিংহ-মৎস্য হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুৰ্বেপূৰ্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্ৰনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলে তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস্য আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীসকলক উদ্ধাৰ কৰিছিল। মাৰলিনৰ মূৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
*'''চেণ্টোচা আইলেণ্ড''': সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।
 
== জনসংখ্যা ==
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে