নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নতুনভাৱে সজোৱা হ'ল
1 নং শাৰী:
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category:জীৱনী]]
{{তথ্যছক লেখক
| name = নিৰুপমা বৰগোহাঞি
| image = nirupama.jpg
| image_caption = কনকলতাৰ প্ৰস্তৰ মূৰ্তি
| birth_date = ১৯৩২
| birth_place =
| death_date =
| nationality = [[ভাৰত|ভাৰতীয়]]
| education = [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ.
| religion = [[হিন্দু ধৰ্ম]]
}}
'''নিৰুপমা বৰগোহাঞি'''(১৯৩২ –) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক ৰূপে সুপ্ৰসিদ্ধ ।সুপ্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে । ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্বও বহন কৰে ।হয়। নাৰীৰ সামাজিক মৰ্যদাক সদা গুৰুত্ব দি অহা নিৰুপমা তামুলী [[হোমেন বৰগোহাঞিৰবৰগোহাঞি]]ৰ লগত ষাঠিৰ দশকতেদশকত বিবাহ পাশত আৱদ্ধ হয় । তেখেতে "অভিযাত্ৰী" উপন্যাসৰ বাবে ১৯৯৬ চনত [[সাহিত্য অকাডেমি বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] লাভ কৰে । তেখেতে [[প্ৰবীণা শ‍ইকীয়া]] বঁটাও লাভ কৰে ।হয়।
 
==জন্ম==
'''নিৰুপমা বৰগোহাঞি'''(১৯৩২ –) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক ৰূপে সুপ্ৰসিদ্ধ । নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে । ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্বও বহন কৰে । নাৰীৰ সামাজিক মৰ্যদাক সদা গুৰুত্ব দি অহা নিৰুপমা তামুলী হোমেন বৰগোহাঞিৰ লগত ষাঠিৰ দশকতে বিবাহ পাশত আৱদ্ধ হয় । তেখেতে "অভিযাত্ৰী" উপন্যাসৰ বাবে ১৯৯৬ চনত [[সাহিত্য অকাডেমি বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] লাভ কৰে । তেখেতে [[প্ৰবীণা শ‍ইকীয়া]] বঁটাও লাভ কৰে ।
১৯৩২ চন৷
 
==কৰ্ম জীৱন==
প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে । ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে।
 
==প্ৰকাশিত পুথি==
# সেই নদী নিৰৱধি
# দিনৰ পাছত দিন
# ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ
# অভিযাত্ৰী
# হৃদয় এটা নিৰ্জন দ্বীপ
# পল্লৱীৰ পৃথিৱী
 
==বঁটা আৰু সন্মান==
# [[সাহিত্য একাডেমী বঁটা]] লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)
# [[অসম উপত্যকা সাহিত্য বঁটা]] (২০০৩)
# [[প্ৰবীণা শ‍ইকীয়া বঁটা]] (২০০০)
# [[শাস্বতী বঁটা]] (১৯৮৭)
# [[বাসন্তী দেৱী বৰদলৈ বঁটা]]
# [[হেম বৰুৱা বঁটা]] (১৯৯৪)
 
==তথ্যসূত্ৰ==
* নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১