মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
== মণ্ডল ==
মণ্ডল ({{lang-sa|मण्डल|maṇḍala|circle}})হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যনৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। [[হিন্দু]], [[বৌদ্ধ]], [[জৈন]] আৰু [[ছিন্তু]] আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাবে ছিন্তু ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয় । <ref>https://www.merriam-webster.com/dictionary/mandala</ref> <ref>Tanabe, Willa Jane (2001). "Japanese Mandalas: Representations of Sacred Geography". Japanese Journal of Religious Studies. 28 (1/2): 186–188. JSTOR 30233691.</ref>
[[File:Vishnu Mandala.jpg|thumb|[[বিষ্ণু]]দেৱতাৰ মণ্ডল]]
খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শণ কৰা হৈছিল ।<ref>https://asiasociety.org/exploring-mandala</ref>
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে