দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শ্ৰেণীভুক্তি
1 নং শাৰী:
ভূগোলৰ মতে দেশ হ'ল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভৌমিক ৰাষ্ট্ৰ অঞ্চল বা জনৈক ৰাজনৈতিক বিভাগৰ ভৌগোলিক অঞ্চলক সূচিত কৰে। সাধাৰণতে দেশ বুলিলে সাৰ্বভৌমিক ৰাষ্ট্ৰৰ ধাৰণাৰ স’তে মিলি যায় যায় আৰু ই ৰাষ্ট্ৰ ,জাতি বা চৰকাৰৰ সৈতে সংযুক্ত।
 
[[শ্ৰেণী:সমাজবিদ্যা]]
"https://as.wikipedia.org/wiki/দেশ"ৰ পৰা অনা হৈছে