মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''মণ্ডল''' ({{lang-sa|मण्डल}},{{lang-en|maṇḍala|circleMandala}}) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যনৰধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। [[হিন্দু]], [[বৌদ্ধ]], [[জৈন]] আৰু [[ছিন্তু:en:Shinto|শিন্তো]] আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাবেবিশেষভাৱে ছিন্তু ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয় । হয়।<ref>https://www.merriam-webster.com/dictionary/mandala</ref> <ref>Tanabe, Willa Jane (2001). "Japanese Mandalas: Representations of Sacred Geography". Japanese Journal of Religious Studies. 28 (1/2): 186–188. JSTOR 30233691.</ref>
== মণ্ডল ==
মণ্ডল ({{lang-sa|मण्डल|maṇḍala|circle}})হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যনৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। [[হিন্দু]], [[বৌদ্ধ]], [[জৈন]] আৰু [[ছিন্তু]] আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাবে ছিন্তু ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয় । <ref>https://www.merriam-webster.com/dictionary/mandala</ref> <ref>Tanabe, Willa Jane (2001). "Japanese Mandalas: Representations of Sacred Geography". Japanese Journal of Religious Studies. 28 (1/2): 186–188. JSTOR 30233691.</ref>
[[File:Vishnu Mandala.jpg|thumb|[[বিষ্ণু]]দেৱতাৰ মণ্ডল]]
খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শণপ্ৰদৰ্শন কৰা হৈছিল ।হৈছিল৷<ref>https://asiasociety.org/exploring-mandala</ref> এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ, তালিকা বা ৰেখা গণিতৰ নমুনা হিচাবে গন্যগণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময়-ক্ষুদ্ৰবিশ্বৰ প্ৰতিক হিচাবে বৰ্ণনা কৰা হয় ।হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱণৰজীৱনৰ সাংগঠানিক গঢ় ৰূপে চিত্ৰঙ্কিত কৰা হৈছিল । হৈছিল।
 
== হিন্দু ==
 
==== ধাৰ্মিক অৰ্থ ====
হিন্দু ধৰ্মত এটি সাধাৰণ মৌলিক মণ্ডলক যন্ত্ৰও কোৱা হয় ।হয়। ইয়াক কেতিয়াবা এটা কেন্দ্ৰ বিন্দুৰেকেন্দ্ৰবিন্দুৰে বৃত্তাকাৰ আৰু চাৰিখন দুৱাৰ থকা এটা বৰ্গক্ষেত্ৰৰ আকাৰটো অঁকা হয় ।হয়। প্ৰতেক দুৱাৰ দেখাত সাধাৰণতে ইংৰাজী T ৰ দৰে হয় । হয়৷<ref>http://www.kheper.net/topics/Buddhism/mandala.html</ref> মণ্ডলবোৰত সাধাৰণতে ৰশ্মিসংক্ৰান্ত ভাৰসাম্য়ও থাকেথাকে।
 
==তথ্যসূত্ৰ==
{{Reflist}}
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে