মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
 
=== ধাৰ্মিক অৰ্থ ===
হিন্দু ধৰ্মত এটি সাধাৰণ মৌলিক মণ্ডলক যন্ত্ৰও কোৱা হয়। ইয়াক কেতিয়াবা এটা কেন্দ্ৰবিন্দুৰে বৃত্তাকাৰ আৰু চাৰিখন দুৱাৰ থকা এটা বৰ্গক্ষেত্ৰৰ আকাৰটো অঁকা হয়। প্ৰতেক দুৱাৰ দেখাত সাধাৰণতে ইংৰাজী T ৰ দৰে হয়৷হয় ৷ <ref>http://www.kheper.net/topics/Buddhism/mandala.html</ref> মণ্ডলবোৰত সাধাৰণতে ৰশ্মিসংক্ৰান্ত ভাৰসাম্য়ও থাকে। এটা যন্ত্ৰ মণ্ডলৰ দৰেই, কিন্তু সৰু আৰু সীমিত ৰঙ ব্যৱহাৰ কৰা হয় । এই যন্ত্ৰটো পূজা-পাৰ্বন বা সাধনাৰ অনুস্থান বোৰত দৰকাৰ হোৱা দুটা বা তিনিটা আয়তনৰ ৰেখা গণিতেৰে অংকিত চিত্ৰ হয় য'ত মন্ত্ৰ ও অন্তৰ্ভুক্ত কৰা হয় ।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে