মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শন কৰা হৈছিল৷<ref>https://asiasociety.org/exploring-mandala</ref> এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ, তালিকা বা ৰেখা গণিতৰ নমুনা হিচাবে গণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময়-ক্ষুদ্ৰবিশ্বৰ প্ৰতিক হিচাবে বৰ্ণনা কৰা হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱনৰ সাংগঠানিক গঢ় ৰূপে চিত্ৰঙ্কিত কৰা হৈছিল।
 
== হিন্দু ধৰ্ম আৰু মণ্ডল==
 
===== ধাৰ্মিক অৰ্থ =====
10 নং শাৰী:
ৰাজমণ্ডল (বা ৰাজ্য বৃত্ত) ভাৰতবৰ্ষৰ লেখক কৌতিল্যই তেওঁৰ ৰাজনৈতিক কাৰ্যৰ শাস্ত্ৰ 'অৰ্থশাস্ত্ৰ'ত খৃষ্টপূৰ্ব চতুৰ্থ শতাব্দী আৰু দ্বিতীয় শতাব্দীৰ মাজভাগত বৰ্ণনা কৰি থৈ গৈছে । ই এখন ৰাজ্যৰ চাৰিওফালে থকা বন্ধু ৰাষ্ট্ৰ আৰু শত্ৰু ৰাষ্টৰ
কক্ষপথৰ বৰ্ণনা কৰে । <ref>https://books.google.ca/books?id=80q_hd7ASdEC&redir_esc=y</ref>
 
== বৌদ্ধ ধৰ্ম আৰু মণ্ডল ==
 
 
 
 
 
 
== চিত্ৰ বিথিকা ==
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে