মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
হিন্দু ধৰ্মত এটি সাধাৰণ মৌলিক মণ্ডলক যন্ত্ৰও কোৱা হয়। ইয়াক কেতিয়াবা এটা কেন্দ্ৰবিন্দুৰে বৃত্তাকাৰ আৰু চাৰিখন দুৱাৰ থকা এটা বৰ্গক্ষেত্ৰৰ আকাৰটো অঁকা হয়। প্ৰতেক দুৱাৰ দেখাত সাধাৰণতে ইংৰাজী T ৰ দৰে হয় ৷ <ref>http://www.kheper.net/topics/Buddhism/mandala.html</ref> মণ্ডলবোৰত সাধাৰণতে ৰশ্মিসংক্ৰান্ত ভাৰসাম্য়ও থাকে। এটা যন্ত্ৰ মণ্ডলৰ দৰেই, কিন্তু সৰু আৰু সীমিত ৰঙ ব্যৱহাৰ কৰা হয় । এই যন্ত্ৰটো পূজা-পাৰ্বন বা সাধনাৰ অনুস্থান বোৰত দৰকাৰ হোৱা দুটা বা তিনিটা আয়তনৰ ৰেখা গণিতেৰে অংকিত চিত্ৰ হয় য'ত মন্ত্ৰ ও অন্তৰ্ভুক্ত কৰা হয় । ইয়াক দেৱতাসকলৰ বাসস্থান হিচাবে প্ৰতিনিধিত্ব কৰা যেন অনুমান হয় । প্ৰত্যেক যন্ত্ৰ অনন্য আৰু বিভিন্ন ৰেখা গণিতৰ মাধ্যমেৰে বিভিন্ন দেৱতাসলৰ উপস্থিতিৰ সংকেত দিয়ে ।
==== ৰাজনৈতিক অৰ্থ ====
ৰাজমণ্ডলভাৰতবৰ্ষৰ (বাপ্ৰক্ষাত ৰাজ্য বৃত্ত) ভাৰতবৰ্ষৰ'অৰ্থশাস্ত্ৰ'ৰ লেখক কৌতিল্যই তেওঁৰ ৰাজনৈতিক কাৰ্যৰ শাস্ত্ৰ 'অৰ্থশাস্ত্ৰ'ত খৃষ্টপূৰ্ব চতুৰ্থ শতাব্দী আৰু দ্বিতীয় শতাব্দীৰ মাজভাগত ৰাজমণ্ডল(বা ৰাজ্য বৃত্ত)ৰ বৰ্ণনা কৰি থৈ গৈছে । ই এখন ৰাজ্যৰ চাৰিওফালে থকা বন্ধু ৰাষ্ট্ৰ আৰু শত্ৰু ৰাষ্টৰ কক্ষপথৰ বৰ্ণনা কৰে । <ref>https://books.google.ca/books?id=80q_hd7ASdEC&redir_esc=y</ref>
কক্ষপথৰ বৰ্ণনা কৰে । <ref>https://books.google.ca/books?id=80q_hd7ASdEC&redir_esc=y</ref>
 
== বৌদ্ধ ধৰ্ম আৰু মণ্ডল ==
 
বজ্ৰায়ণ বৌদ্ধ ধৰ্মত,মণ্ডলটো বালিচিত্ৰ হিচাবেও বিকাশ কৰা হৈছে । এইটো অনুত্ত্বাৰা তন্ত্ৰ ধ্যান অভ্যাসৰ এটা প্ৰধান অঙ্গ । বৌদ্ধ ধৰ্মত মণ্ডলৰ প্ৰতিচ্ছৱিৰে বা চাক্ষুকটাৰে বজ্ৰায়ণ শিক্ষাৰ মূল অৰ্থ বৰ্ণনা কৰা হয় । মন হ'ল এটা ' ক্ষুদ্ৰস্বৃষ্টি' যিটোৱে বহুতো ঐশ্বৰিক শক্তিক প্ৰতিনিধিত্ব কৰি বিশ্বব্ৰহ্মাণ্ডত কাৰ্য কৰাই আছে ।<ref>https://books.google.ca/books?id=SghdYBbMds0C&pg=PA343&redir_esc=y#v=onepage&q&f=false</ref>
 
 
 
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে