শশী কাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
38 নং শাৰী:
 
===১৯৭০-৮০ৰ দশক===
শশী কাপুৰে ৬০ৰ দশকৰ শেহৰ পৰা ৮০ৰ দশকৰ মাজভাগলৈ [[ৰাখী গুলজাৰ|ৰাখী]], [[শৰ্মিলা ঠাকুৰ]], জিনত[[জিনাত আমনআমান]] আদিৰ সৈতে যুটি বান্ধিছিল। তেখেতে অভিনেত্ৰী [[হেমা মালিনী]], পাৰবীন[[পাৰৱীন ববীবাবী]] আৰু [[মৌচুমী চেতাৰ্জীৰচেটাৰ্জী]]ৰ সৈতেও বহুকেইখন ছবিত অভিনয় কৰিছিল। শশী-ৰাখী যুটিৰ প্ৰথম ছবি ''শৰ্মিলী''ৰ প্ৰভুত বাণিজ্যিক সফলতাৰ পিছত উক্ত যুটিয়ে ''জানোৱাৰ ঔৰ ইন্সান'' (১৯৭২), ''কভি কভি'' (১৯৭৬), ''বচেৰা'' (১৯৮১), ''পিঘলতা আচমান'' (১৯৮৫), সমালোচকৰ দ্বাৰা প্ৰশংসিত ''তৃষ্ণা'' (১৯৭৮), ''দুচৰা আদমী'' (১৯৭৮), ''বন্ধন কচ্চে ধাগোঁ কা'' , ''বন্ধ হোঁঠ'' (১৯৮৪) আৰু ''জমীন আচমান'' ত অভিনয় কৰিছিল।<ref>http://indiatoday.intoday.in/gallery/leading-ladies-of-shashi-kapoor/4/8272.html</ref> ''ৱক্ত'' (১৯৬৫), ''আমনে সামনে'' (১৯৬৭), ''সুহানা চফৰ'' (১৯৭০), ''পতংগ্'' (১৯৭১), ''আ গলে লগ যা'' (১৯৭৩), ''বচন'' (১৯৭৪) আদি ছবিত তেখেতে শৰ্মিলা ঠাকুৰৰ সৈতে কাম কৰিছিল।<ref>[Sharmila Tagore and Shashi Kapoor – Their Movies Together<!-- Bot generated title -->]{{full|date=May 2013}}</ref>
==মৃত্যু==
২০১৭ চনৰ ৪ ডিচেম্বৰ সোমবাৰে দীৰ্ঘদিন অসুস্থতাৰ পিছত ৭৯ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। <ref>[http://www.news18.com/news/movies/shashi-kapoor-dies-at-age-79-1594561.html]</ref>
 
==বঁটা-বাহন==
"https://as.wikipedia.org/wiki/শশী_কাপুৰ"ৰ পৰা অনা হৈছে