নিৰূপা ৰয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox person | name = নিৰূপা ৰয় | birth_name =কোকিলা কিশোৰচন্দ্ৰ বুলচাৰ...
 
No edit summary
3 নং শাৰী:
| birth_name =কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা
| image = Nirupa Roy.jpg
| image size =40px170px
| caption =দো বিঘা জমীনত (১৯৫৩)
| birth_date = {{Birth date|df=yes|1931|1|04}}
27 নং শাৰী:
দিৱাৰ ছবিৰ তেওঁৰ সংলাপ জনমানসত বিশেষ প্ৰভাৱ পেলাইছিল। এই ছবিত তথা আৰু কেইখনমান উল্লেখযোগ্য ছবিত তেওঁ কৰা অভিনয় হিন্দী চলচ্চিত্ৰত মাইলৰ খুঁটি হৈ ৰব। <ref>{{Cite web|url=https://theprint.in/features/remembering-nirupa-roy-indian-cinemas-goddess-who-became-its-most-popular-mother/172765/|title=Remembering Nirupa Roy, Indian cinema's 'Goddess' who became its most popular mother|last=Arora|first=Sakshi|date=2019-01-04|website=ThePrint|language=en-US|access-date=2019-11-19}}</ref>
==কৰ্মজীৱন==
১৯৪৬ চনত গুজৰাটী কাকত এখনত অভিনয় শিল্পী বিচাৰি দিয়া বিজ্ঞাপন এটা নিৰূপা ৰয় আৰু তেওঁৰ স্বামীয়ে দেখা পাই আবেদন কৰিছিল। তেনেকৈয়ে নিৰূপা গুজৰাটী ছবি ৰণকদেৱীৰ বাবে নিৰ্বাচিত হয় আৰু অভিনয় জীৱনৰ পাতনি মেলে। একে বছৰতে তেওঁ প্ৰথম হিন্দী ছবি অমৰ ৰাজতো অভিনয় কৰে। তেওঁৰ জনপ্ৰিয় এখন ছবি হ’ল- দো বিঘা জমীন (১৯৫৩)। ১৯৪০ আৰু ১৯৫০ৰ দশকত বহু ধৰ্মমূলক ছবিত তেওঁ অভিনয় কৰিছিল। দেৱীৰ ৰূপত তেওঁৰ প্ৰতিচ্ছবি অতি শক্তিশালী আছিল আৰু বহু মানুহে আশীষ বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল। তেওঁৰ সহযোগী অভিনেতসকল ভাৰত ভূষণ, বলৰাজ সাহানী, অশোক কুমাৰ আৰু ত্ৰিলোক কাপুৰ। কাপুৰৰ সৈতে তেওঁ একেলগে ওঠৰখন ছবিত অভিনয় কৰিছে। ১৯৭০ৰ দশকত অমিতাভ বচ্চন আৰু শশী কাপুৰৰ মাকৰ ৰূপত কৰা তেওঁৰ অভিনয় দুখ-যন্ত্ৰণাত কাতৰ এগৰাকী মাতৃৰ সমাৰ্থক হৈ পৰিছিল। ১৯৭৫ চনত মুক্তি পোৱা নিৰূপাৰ দিৱাৰ ছবিৰ মাক-পুতেকৰ সংলাপবোৰ অতি জনপ্ৰিয় হৈ পৰিছিল আৰু দৰ্শকে সেয়া বাৰেবাৰে আওৰাইছিল।<ref>{{Cite book |last=Rishi |first=Tilak |url=https://books.google.com/books?id=r623sWyGm0sC&pg=PA100 |title=Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years |publisher=Trafford |year=2012 |isbn=9781466939639 |page=100}}</ref>
==তথ্য উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
* {{IMDb name|0747131}}
* {{Bollywood Hungama person|nirupa-roy}}
* [http://in.rediff.com/movies/2004/oct/14nirupa.htm Obituary from rediff.com]
[[শ্ৰেণী:ভাৰতীয় অভিনেত্ৰী]]
[[শ্ৰেণী:হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী]]
[[শ্ৰেণী:ফিল্মফেয়াৰ বঁটা বিজয়ী]]
[[শ্ৰেণী:গুজৰাটী ব্যক্তি]]