"নিৰূপা ৰয়"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 বাইট যোগ দিয়া হ’ল ,  7 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
 
==জীৱন পৰিক্ৰমা==
নিৰূপাৰ জন্মৰ নাম কোকিলা কিশোৰতন্দ্ৰ বুলচাৰা। গুজৰাটৰ[[গুজৰাট]]ৰ বলসাদৰ কলৱাড়াত তেওঁৰ জন্ম হৈছিল। ১৫ বছৰ বয়সত কমল ৰয়ৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান- যোগেশ আৰু কিৰণ ৰয়। <ref>{{Cite web|url=http://www.independent.co.uk/news/obituaries/nirupa-roy-18257.html|title=Nirupa Roy|date=2004-11-02|website=The Independent|language=en|access-date=2019-11-19}}</ref> মাকৰ মৃত্যুৰ পিছত দুয়োটা সন্তানে নিৰূপা ৰয়ৰ সম্পত্তিক লৈ বিবাদত লিপ্ত হয়, যিটোৱে বাতৰি আৰু প্ৰচাৰ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। <ref>{{Cite web|url=https://mumbaimirror.indiatimes.com/mumbai/crime/battle-between-nirupa-roys-sons-gets-uglier/articleshow/62436760.cms|title=Battle between Nirupa Roy's sons gets uglier|last=Sayed|first=Nazia SayedNazia|last2=Jan 10|first2=Mumbai Mirror {{!}} Updated|website=Mumbai Mirror|language=en|access-date=2019-11-19|last3=2018|last4=Ist|first4=05:57}}</ref> <ref>{{Cite web|url=https://www.ndtv.com/entertainment/deewars-maa-nirupa-roys-sons-fight-over-her-property-1798394|title=Deewar's Maa Nirupa Roy's Sons Fight Over Her Property|website=NDTV.com|access-date=2019-11-19}}</ref>
 
২০০৪ চনৰ ১৩ অক্টোবৰত মুম্বাইত[[মুম্বাই]]ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। <ref>{{Cite web|url=https://www.indiatoday.in/movies/bollywood/story/javed-akhtar-on-nirupa-roy-87th-birth-anniversary-she-looked-like-goddess-in-mother-roles-1423406-2019-01-04|title=Javed Akhtar on Nirupa Roy 87th birth anniversary: She looked like Goddess in mother roles|last=MumbaiJanuary 4|first=Indo-Asian News Service|last2=January 4|first2=2019UPDATED|website=India Today|language=en|access-date=2019-11-19|last3=Ist|first3=2019 15:20}}</ref>
 
''দিৱাৰ'' ছবিৰ তেওঁৰ সংলাপ জনমানসত বিশেষ প্ৰভাৱ পেলাইছিল। এই ছবিত তথা আৰু কেইখনমান উল্লেখযোগ্য ছবিত তেওঁ কৰা অভিনয় হিন্দী চলচ্চিত্ৰত মাইলৰ খুঁটি হৈ ৰব। <ref>{{Cite web|url=https://theprint.in/features/remembering-nirupa-roy-indian-cinemas-goddess-who-became-its-most-popular-mother/172765/|title=Remembering Nirupa Roy, Indian cinema's 'Goddess' who became its most popular mother|last=Arora|first=Sakshi|date=2019-01-04|website=ThePrint|language=en-US|access-date=2019-11-19}}</ref>
==কৰ্মজীৱন==
১৯৪৬ চনত [[গুজৰাটী]] কাকত এখনত অভিনয় শিল্পী বিচাৰি দিয়া বিজ্ঞাপন এটা নিৰূপা ৰয় আৰু তেওঁৰ স্বামীয়ে দেখা পাই আবেদন কৰিছিল। তেনেকৈয়ে নিৰূপা গুজৰাটী ছবি ৰণকদেৱীৰ বাবে নিৰ্বাচিত হয় আৰু অভিনয় জীৱনৰ পাতনি মেলে। একে বছৰতে তেওঁ প্ৰথম হিন্দী ছবি অমৰ ৰাজতো অভিনয় কৰে। তেওঁৰ জনপ্ৰিয় এখন ছবি হ’ল- ''দো বিঘা জমীন'' (১৯৫৩)। ১৯৪০ আৰু ১৯৫০ৰ দশকত বহু ধৰ্মমূলক ছবিত তেওঁ অভিনয় কৰিছিল। দেৱীৰ ৰূপত তেওঁৰ প্ৰতিচ্ছবি অতি শক্তিশালী আছিল আৰু বহু মানুহে আশীষ বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল। তেওঁৰ সহযোগী অভিনেতসকল ভাৰত ভূষণ, [[বলৰাজ সাহানী]], [[অশোক কুমাৰ]] আৰু ত্ৰিলোক কাপুৰ। কাপুৰৰ সৈতে তেওঁ একেলগে ওঠৰখন ছবিত অভিনয় কৰিছে। ১৯৭০ৰ দশকত [[অমিতাভ বচ্চন]] আৰু [[শশী কাপুৰৰকাপুৰ]]ৰ মাকৰ ৰূপত কৰা তেওঁৰ অভিনয় দুখ-যন্ত্ৰণাত কাতৰ এগৰাকী মাতৃৰ সমাৰ্থক হৈ পৰিছিল। ১৯৭৫ চনত মুক্তি পোৱা নিৰূপাৰ দিৱাৰ ছবিৰ মাক-পুতেকৰ সংলাপবোৰ অতি জনপ্ৰিয় হৈ পৰিছিল আৰু দৰ্শকে সেয়া বাৰেবাৰে আওৰাইছিল।<ref>{{Cite book |last=Rishi |first=Tilak |url=https://books.google.com/books?id=r623sWyGm0sC&pg=PA100 |title=Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years |publisher=Trafford |year=2012 |isbn=9781466939639 |page=100}}</ref>
==তথ্য উৎস==
{{reflist}}
10,579

টা সম্পাদনা