ভীমৰাও ৰামজী আম্বেদকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
25 নং শাৰী:
 
==জন্ম আৰু পৰিয়াল==
বি.আৰ'''ভীমৰাও আম্বেদকাৰৰৰামজী আম্বেদকাৰ''' ১৮৯১ খৃষ্টাব্দত এপ্ৰিলৰচনৰ চৈধ্য এপ্ৰিলৰ তাৰিখে নিঃকুলীয়া বংশ এটাতবংশত জন্ম হয়।হৈছিল । তেওঁৰ জন্ম হয় অবিভক্ত বোম্বাই প্ৰদেশৰ '''ৰত্নগিৰি জিলা'''ত। তেওঁলোকৰ পৰিয়ালটি আছিল ''মহৰ'' সম্প্ৰদায়ৰ আৰু এই মহৰ সম্প্ৰদায়েই আছিল ৰত্নগিৰিত একেবাৰে পিছপৰা ঘৃণনীয়। মহৰ কুলটো হিন্দু ধৰ্মৰ তথা চতুৰ বৰ্ণ সমাজৰ শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণীৰ আৰু এই শ্ৰেণীবোৰ সেইকালত অন্তজ, পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল। পিছপৰা এনে শ্ৰেণীক [[দলিত|অচ্যুত]], [[মোহনদাস কৰমচান্দ গান্ধী|মহাত্মা গান্ধীয়ে]] নাম দিছিল '''হৰিজন''', সাংবিধানিক ভাবে কোৱা হৈছিল [[অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি|অনুসূচীত জাতি]]। ব্ৰিটিছ সকলে তেওঁলোকক '''Depressed Class''' বুলি কৈছিল। ভাৰতত থকা ৪২৯টা অনুন্নত শ্ৰেণীৰ ভিতৰত মহৰ শ্ৰেণীয়ে সবাতোকৈ পিছপৰা আৰু হীন আছিল। তেওঁৰ পিতাক '''ৰামজী মালোজী চকপাল''' সৈন্য বাহিনীৰ চুবেদাৰ মেজৰ আছিল। তেওঁ '''ৰমাবাই''' নামৰ এঘাৰ বছৰীয়া ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আবন্ধ হৈছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/>
 
==শিক্ষা জীৱন==