বি. সৰোজা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
==প্ৰাৰম্ভিক জীৱন==
১৯৩৮ চনৰ ৭ জানুৱাৰীত কৰ্ণাটকৰ মহীশূৰ প্ৰদেশত সৰোজা দেৱীৰ জন্ম হৈছিল৷<ref>{{cite book |url=https://books.google.com/books?id=nE2mwKYwdJ8C |title=Film World, Volume 1 |editor=T.M. Ramachandran |year=1964 |page=145 }}</ref> তেখেতৰ পিতৃ আছিল ভায়ৰাপ্পা, যিয়ে আৰক্ষী বাহিনীত কাম কৰিছিল৷ আনহাতে মাতৃ ৰুদ্ৰমা আছিল এগৰাকী গৃহিণী৷ সৰোজা তেওঁলোকৰ চতুৰ্থটি সন্তান আছিল৷ সৰোজাই পিতৃৰ পৰামৰ্শ অনুসৰণ কৰি নৃত্যৰ শিক্ষা গ্ৰহণ কৰে৷ আৰু তেখেতৰ কথা মতেই অভিনয়ক নিজৰ বৃত্তি হিচাপে নিৰ্বাচন কৰে৷ পিতৃৰ লগত তেখেত প্ৰায়েই ফিল্ম ষ্টুডিঅ'লৈ গৈছিল৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide2.htm |title=Celebrating Saroja Devi: The Beginning |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref> মাতৃয়ে সৰোজাৰ বেশভূষাৰ বাবে এক নিৰ্দিষ্ট নিয়ম বান্ধি দিছিল৷ <ref name="HT_Renuka_2008"/>১৩ বছৰ বয়সত বি.আৰ. কৃষ্ণমূৰ্তিয়ে এখনি অনুষ্ঠানত সৰোজাক গীত গাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ অৱশ্যে সৰোজাই সেই প্ৰস্তাৱ নাকচ কৰে৷<ref>{{cite web|url=https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/B-Saroja-Devi-in-the-list-of-greatest-Indianactresses-ever/articleshow/19895895.cms|title=B Saroja Devi in the list of greatest Indian actresses ever - Times of India|website=The Times of India}}</ref>
==কৰ্মজীৱন==
১৯৫৫ চনত সৰোজা দেৱীয়ে প্ৰথমখন উল্লেখযোগ্য ছবিত অভিনয় কৰে৷ বহুলভাৱে সফলতা অৰ্জন কৰা এই অভিষেককাৰী ছবিখনৰ নাম আছিল ''মহাকৱি কালিদাসা''৷ ছবিখনত তেখেতে সহকাৰী-অভিনেত্ৰী হিচাপে কাম কৰে৷ ছবিখনে কানাড়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide3.htm |title=Celebrating Saroja Devi: Foray into movies |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref>
 
==তথ্যসূত্ৰ==