বি. সৰোজা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
==কৰ্মজীৱন==
১৯৫৫ চনত সৰোজা দেৱীয়ে প্ৰথমখন উল্লেখযোগ্য ছবিত অভিনয় কৰে৷ বহুলভাৱে সফলতা অৰ্জন কৰা এই অভিষেককাৰী ছবিখনৰ নাম আছিল ''মহাকৱি কালিদাসা''৷ ছবিখনত তেখেতে সহকাৰী-অভিনেত্ৰী হিচাপে কাম কৰে৷ ছবিখনে কানাড়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide3.htm |title=Celebrating Saroja Devi: Foray into movies |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref>
 
৭০'ৰ দশকত সৰোজা দেৱী দক্ষিণ ভাৰতীয় নাৰীসমাজত এগৰাকী ফেছন আইকন হিচাপে জনপ্ৰিয় হৈ উঠে৷ বহুতেই তেখেতৰ বেশভূষা, কেশসজ্জা, আ-অলংকাৰ আদি অনুকৰণ কৰিবলৈ ধৰে৷ বিশেষকৈ ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত ছবি ''এংগা ভিট্টু পিল্লাই''ত সৰোজাই পিন্ধা শাৰী আৰু অলঙ্কাৰ-পাতি আলোচনী-পত্ৰিকাৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide6.htm |title=Celebrating Saroja Devi: A style icon |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref>
 
==তথ্যসূত্ৰ==