বি. সৰোজা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
 
৭০'ৰ দশকত সৰোজা দেৱী দক্ষিণ ভাৰতীয় নাৰীসমাজত এগৰাকী ফেছন আইকন হিচাপে জনপ্ৰিয় হৈ উঠে৷ বহুতেই তেখেতৰ বেশভূষা, কেশসজ্জা, আ-অলংকাৰ আদি অনুকৰণ কৰিবলৈ ধৰে৷ বিশেষকৈ ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত ছবি ''এংগা ভিট্টু পিল্লাই''ত সৰোজাই পিন্ধা শাৰী আৰু অলঙ্কাৰ-পাতি আলোচনী-পত্ৰিকাৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide6.htm |title=Celebrating Saroja Devi: A style icon |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref>
 
সুদীৰ্ঘ কেৰিয়াৰত সৰোজা দেৱীয়ে যদিও ৰোমাণ্টিকধৰ্মী চৰিত্ৰ ৰূপায়ণ কৰিছিল, পাছলৈ অৰ্থাৎ ৭০ আৰু আশীৰ দশকত তেখেতে আৱেগবিহ্বল আৰু সামাজিক ছবিক অগ্ৰাধিকাৰ দিয়ে৷
 
গুণমুগ্ধ আৰু ছবি-প্ৰযোজকসকলৰ পৰা উৎসাহ লাভ কৰি সৰোজা দেৱীয়ে ১৯৯৩ চনত শিৱাজী গণেশানৰ বিপৰীতে ''পৰমবৰিয়ম'' নামৰ ছবিখনত অভিনয় কৰে৷ ইয়াৰ পিছত কেইখনমান ছবিত তেখেতে সহকাৰী অভিনেত্ৰী হিচাপে কাম কৰে৷<ref>{{cite news |url=http://movies.rediff.com/report/2009/oct/17/aadhavan-is-clean-fun.htm |title=Aadhavan is clean fun |work=[[rediff.com]] |date=17 October 2009 }}</ref>
 
১৯৯৮ আৰু ২০০৫ চনত দুবাৰকৈ সৰোজা দেৱীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক হিচাপে নিজৰ দায়িত্ব পালন কৰে৷<ref>{{cite web|url=https://www.thehindu.com/todays-paper/tp-national/Film-awards-Saroja-Devi-to-head-jury/article15730138.ece|title=Film awards: Saroja Devi to head jury|date=29 July 2006|via=www.thehindu.com}}</ref><ref>{{Cite journal|last=1998|first=National Film Awards Archives|title=45th National Film Festival|url=http://dff.nic.in/images/Documents/72_45thNfacatalogue.pdf|pages=viii}}</ref>
 
তেখেতৰ শেহতীয়া চলচ্চিত্ৰ-কৰ্ম হৈছে-''নটস্বৰভাৱমা''৷ ছবিখন ২০১৯ চনত মুক্তি হয়৷
 
==তথ্যসূত্ৰ==