২ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
'''২ এপ্ৰিল''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৯২তম ([[অধিবৰ্ষ]]ত ৯৩তম) [[দিন]]। বছৰ শেষ হৰলৈ আৰু ২৭৩ দিন বাকী থাকে।
 
;== '''উল্লেখযোগ্য ঘটনা''' ==
*১৯০২ - [[ল'জ এঞ্জেলছ]]ত [[সংযুক্ত ৰাষ্ট্ৰ]]ৰ প্ৰথম পূৰ্ণাংগ মুভী থিয়েটাৰ, ইলেক্ট্ৰিক থিয়েটাৰৰ মুকলি।
*১৯১২ - সমুদ্ৰত [[আৰ. এম. এছ. টাইটানিক]]ৰ পৰীক্ষণ।
8 নং শাৰী:
*২০১৫ - [[গাৰিছা ইউনিভাৰ্চিটি কলেজ]]ত এজন বন্দুকধাৰীৰ আক্ৰমণ, প্ৰায় ১৪৮জন লোক নিহত আৰু অন্য ৭৯জন আহত।
 
;== '''জন্ম''' ==
*১৬১৪ - [[জাহানাৰা বেগম]], [[ছাহ জাহান]]ৰ কণ্যা।
*১৮৬২ - [[নিকোলাছ মাৰী বুটলাৰ]], [[ন'বেল বঁটা]] প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
15 নং শাৰী:
*১৯৬৯ - [[কপিল শৰ্মা]], ভাৰতীয় টি.ভি. শ্ব'ৰ প্ৰসিদ্ধ হাস্য কলাকাৰ।
 
;== '''মৃত্যু''' ==
*১৯১৪ - [[পল হেইজ]], [[ন'বেল বঁটা]] প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
*১৯২৮ - [[থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড]], [[ন'বেল বঁটা]] প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
21 নং শাৰী:
*১৯৯৫ - [[হানেছ এল্ফভেন]], [[ন'বেল বঁটা]] প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
 
;== '''দিৱস''' ==
*[[আন্তঃৰাষ্ট্ৰীয় শিশুৰ গিৰন্থ দিৱস]] - আন্তঃৰাষ্ট্ৰীয়
*[[আন্তঃৰাষ্ট্ৰীয় শালীনতা সজাগতা দিৱস]] - আন্তঃৰাষ্ট্ৰীয়
"https://as.wikipedia.org/wiki/২_এপ্ৰিল"ৰ পৰা অনা হৈছে