"৪ এপ্ৰিল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

733 বাইট যোগ দিয়া হ’ল ,  5 মাহ পূৰ্বে
== উল্লেথযোগ্য ঘটনা ==
*১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি [[ৰঙা পুলিচ]]ৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
১৯৬৮ - আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
*২০১১ - [[আৰ্মেনিয়া]]ৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, [[য়ুৰি গেগেৰিন]]ৰ সন্মানত নামকৰণ।
*২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক [[য়ুৰি গেগেৰিন]]ৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
2,034

টা সম্পাদনা