৪ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
== উল্লেথযোগ্য ঘটনা ==
*১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি [[ৰঙা পুলিচ]]ৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
*১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
*১৯৬৮ - আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
*১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
*২০১১ - [[আৰ্মেনিয়া]]ৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, [[য়ুৰি গেগেৰিন]]ৰ সন্মানত নামকৰণ।
*২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক [[য়ুৰি গেগেৰিন]]ৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
"https://as.wikipedia.org/wiki/৪_এপ্ৰিল"ৰ পৰা অনা হৈছে