বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
'''অৰ্থবোৰ মানুহে লগাই দি লোৱা কথা; ধ্বনিবোৰৰ নিজস্ব গুণৰ পৰা অৰ্থ নিৰ্ণীত নহয়। '''
 
কেতিয়াবা এটা মাথোঁ ধ্বনিৰেও এটা আকৃতি বা শব্দ হ’ব পাৰে। যেন,যেনে- 'ই'। এই 'ই' এটা ধ্বনি। ধ্বনি হিচাপে ইয়াৰ কোনো অৰ্থ নাই। কিন্তু যেতিয়া এই 'ই' ধ্বনিটোৰে 'এই মানুহটো বা এই বস্তুটো' বুজোৱা হয় তেতিয়া এই 'ই'-টো অৰ্থযুক্ত হৈ পৰে, আৰু ই কেৱল ধ্বনি হৈ নাথাকি এটা আকৃতি বা ৰূপ বা শব্দত পৰিণত হয়।<ref name="assamese"/>
 
==বাগ্‌ধ্বনি আৰু বৰ্ণ==