বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
[[File:বাক্-যন্ত্ৰ speech organ.svg|thumb|বাক্-যন্ত্ৰ]]
'''ধ্বনি''' বা '''বাগ্‌ধ্বনি''' ({{lang-en|Phone বা Speech sound}}) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়।<ref name="assamese">{{cite book|title=বাগ্‌ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> ধ্বনি, ধ্বনিগুণ আৰু [[লয় (ব্যাকৰণ)|লয়]]ৰ বিশ্লেষণাত্মক আলোচনাক [[ধ্বনিবিজ্ঞান]] (Phonetics) আৰু [[বৰ্ণবিজ্ঞান]]ৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়। বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষা নিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত [[আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি]] (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে।<ref>{{cite book|title=ভাষা আৰু ব্যাকৰণ | book=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ| year=2017 | pages=33-34 | accessdate=10 june 2020}}</ref>