৭ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
3 নং শাৰী:
 
== উল্লেখযোগ্য ঘটনাৱলী ==
*১৯২৭ - প্ৰথম দীৰ্ঘ-দূৰত্বৰ ৰাজহুৱা [[দূৰদৰ্শন]] সম্প্ৰসাৰণ, ৱাচিংটন ডি.চি.ৰ পৰা [[নিউয়ৰ্ক]] নগৰলৈ।
*১৯৩৭ - [[শ্বিলং|শ্বিলঙ]]ত [[অসম বিধান সভা]]ৰ প্ৰথম বৈঠক।
*১৯৪৮ - [[ৰাষ্ট্ৰ সংঘ]]ৰ দ্বাৰা [[বিশ্ব স্বাস্থ্য সংস্থা]]ৰ গঠন।
*১৯৭৯ - অসমৰ [[ৰংঘৰ]] বাকৰিত [[সংযুক্ত মুক্তি বাহিনী, অসম]]ৰ গঠন।
*২০০১ - নাছাৰ মংগল অভিযান মাৰ্ছ ওডিছিৰ উৎক্ষেপন।
*২০১৪ - অসমত ডেকাৰগাওঁডেকাৰগাঁও, তেজপুৰৰ পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল।
 
== জন্ম ==
*১৮৮৯ - গ্ৰেবিলা ম্ৰিষ্টেল, [[ন'বেল বঁটা]] প্ৰাপ্ত চিলিৰ কবি।
*১৯২৬ - প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
*১৯৪২ - '''জিতেন্দ্ৰ''', ভাৰতীয় অভিনেতা।
*১৯৪৭ - [[নগেন বৰা]], অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
*১৯৫৪ - '''জেকী চান''', হংকঙৰ অভিনেতা।
 
== মৃত্যু ==
*১৯৪৬ - [[পদ্মনাথ গোহাঞিবৰুৱা]], অসমীয়া সাহিত্যিক।
*২০১২ - মাইক ৱালেঞ্চ, আমেৰিকান সাংবাদিক।
*২০১২ - [[চাৰু গোহাঁই]], অসমৰ ৰাজনীতিক।
*২০১৮ - [[মুনিন বৰুৱা]], অসমীয়া চলচ্চিত্ৰৰ পৰিচালক।
 
26 নং শাৰী:
*'''[[বিশ্ব স্বাস্থ্য দিৱস]]''' - আন্তঃৰাষ্ট্ৰীয়
*'''নাৰী দিৱস''' - মোজাম্বিক
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
== বাহ্যিক সংযোগ ==
{{commons|Category:7 April|৭ এপ্ৰিল}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/april/7 বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
 
----
{{months}}
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:এপ্ৰিল]]
"https://as.wikipedia.org/wiki/৭_এপ্ৰিল"ৰ পৰা অনা হৈছে