ভাৰতীয় জনতা পাৰ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
{{Infobox Indian political party
| party_name = ভাৰতীয় জনতা পাৰ্টি
|logo = [[File:Flag of the Bharatiya Janata Party logo.pngsvg|200px]]
|colorcode = {{Bharatiya Janata Party/meta/color}}
| chairman = [[অমিত শ্বাহ]]
34 নং শাৰী:
'''ভাৰতীয় জনতা পাৰ্টি''' বা '''বিজেপি''' [[ভাৰত|ভাৰতৰ]] এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।<ref>[http://wwৱbjp.org/content/view/752/408] About us - bjp.org</ref> ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দল মধ্য-দক্ষিণপন্থী দল।<ref name="FP">{{cite web|url=http://wwৱforeignpolicy.com/articles/2010/04/30/does_india_still_need_a_hindu_nationalist_party|title= Does India Still Need a Hindu Nationalist Party? |work=|publisher=Foreign policy|accessdate=}}</ref>
 
বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত [[অটল বিহাৰী বাজপেয়ী|অটল বিহাৰী বাজপেয়ী]]ৰ নেতৃত্বত আৰু [[লালকৃষ্ণ আদৱানী]]ৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪]] চনত সংখ্যাগৰিষ্ঠতাৰে [[নৰেন্দ্ৰ মোদী]]ৰ নেতৃত্বত বিজেপিয়ে পুনৰ ক্ষমতালৈ আহে।
 
 
==তথ্য সংগ্ৰহ==