১৭ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
1 নং শাৰী:
'''১৭ জানুৱাৰী''' {{enwiki|17 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১৭ তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন ([[অধিবৰ্ষ]]ত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
===ঘটনাৰাজী===
===জন্ম===
# ১৯১৭ খৃঃ - [[এম জি ৰামাচন্দ্ৰন]], দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
# ১৯৪৫ খৃঃ - [[জাৱেদ আখতাৰ]], প্ৰসিদ্ধবলিউডৰ [[বলিউদ]]প্ৰসিদ্ধ গীতিকাৰ।
===মৃত্যু===
# ১৯৫১ খৃঃ - [[জ্যোতিপ্ৰসাদ আগৰৱালা]], বিখ্যাত [[অসমীয়া]] সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম [[অসমীয়া চলচ্চিত্ৰ]] পৰিচালক।
# ২০১০ খৃঃ - জ্যোতি বসু , আগশাৰী [[কমিউনিষ্ট]] নেতা তথা [[পশ্চিম বংগ]]ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
 
==দিৱস==