২০ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
6 নং শাৰী:
# ১৯৭৮ চনৰ আজিৰ দিনটোতে ককা বাগ্মীবৰ [[নীলমণি ফুকন]]ক মৃত্যুৱে সাৱতি লয়।
# ১৮৭৯ চনৰ ২০ জানুৱাৰী। এই দিনটোতে পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল বিহগী কবি [[ৰঘুনাথ চৌধাৰী]] দেৱে।
# [[শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ]]। এই নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙনিৰেবৰঙণিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয় ২০১৩ চনৰ আজিৰ দিনটোতে।
# ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল ১৯৫৭ চনৰ আজিৰ দিনটোতে।
# [[মেঘালয়ে]] পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে ১৯৭২ চনৰ আজিৰ দিনটোতে।
# [[বাৰাক হুছেইন অ'বামা]]। মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ বাৰাক হুছেইন অ'বামাই কাৰ্যভাৰ গ্ৰহণ কৰিছিল ২০০৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৭৭৫ চনত ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ [[আণ্ড্ৰেমেৰী এম্পিয়েৰ]]ৰএম্পিয়েৰৰ জন্ম হৈছিল।
# ইটালীৰ চলচ্চিত্ৰ পৰিচালক [[ফেডেৰিকো ফেলিনিৰ]]ৰফেলিনিৰৰ জন্ম হৈছিল ১৯২০ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==