২৯ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
'''২৯ জানুৱাৰী''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন ([[অধিবৰ্ষ]]ত ৩৩৭ দিন) বাকী থাকে।
== উল্লেখযোগ্য ঘটনা ==
* [[১৯৯৬]] - [[ভেনিছ]]ৰভেনিছৰ লা ফেনিছ অপেৰা হাউছ অগ্নিকাণ্ডত জাহ যায়।
* [[২০১৫]] - [[মালয়েছিয়া]]ৰ সন্ধানহীন হোৱা [[মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০]]ক দুৰ্ঘটনা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক মৃত হিচাপে ঘোষণা কৰে।
 
== জন্ম ==
* [[১৮৪৩]] - [[উইলিয়াম মেকিনলি]], [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ২৫তম ৰাষ্ট্ৰপতি।