৮ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
'''৮ ফেব্ৰুৱাৰী''' {{En|8 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৯তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন ([[অধিবৰ্ষ]]ত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
==জন্ম==
*১৮২৮ –ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক [[জুল ভাৰ্ণে]]ৰভাৰ্ণেৰ জন্ম হৈছিল (মৃত্যু ১৯০৫)
*১৮৯৭ –ভাৰতৰ ৩য় প্ৰধানমন্ত্ৰী, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা [[জাকিৰ হুছেইন]]ৰহুছেইনৰ জন্ম হৈছিল (মৃত্যু ১৯৬৯)
*১৯৪১ –ভাৰতৰ বিখ্যাত গায়ক-গীতিকাৰ [[জগজীৎ সিং|জগজিৎ সিঙ]]ৰসিঙৰ জন্ম হৈছিল (মৃত্যু ২০১১)
 
==মৃত্যু==
*২০১৭ –ইংলেণ্ডৰ ন'বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক পিটাৰ মেন্সফিল্ডৰ মৃত্যু হৈছিল (জন্ম ১৯৩৩)