২৯ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
'''২৯ ফেব্ৰুৱাৰী''' {{enwiki|29 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ [[অধিবৰ্ষ]]ত ৬১তম দিন। বছৰ শেষ হ'বলৈ ৩০৫ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
===ঘটনাৱলী===
১৮৯৬*১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ[[হাংগেৰী]]ত প্ৰাক্তনপুনৰ প্ৰধানমন্ত্ৰীৰাজতন্ত্ৰ মোৰাৰজীপ্ৰতিষ্ঠা দেশাইৰ জন্মকৰা হয়।
*১৯৫৬ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ[[পাকিস্তান]]ৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।
 
===জন্ম===
১৯২০ চনৰ আজিৰ দিনটোতে হাংগেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
*১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী [[মোৰাৰজী দেশাই]]ৰ জন্ম হয়।
 
===মৃত্যু===
১৯৫৬ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।
*২০০৮ চনৰ আজিৰ দিনটোতে গল্পকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী বঁটা প্ৰাপ্ত [[শীলভদ্ৰ]] ওৰফে ৰেৱতী মোহন দত্ত চৌধুৰীৰ মৃত্যু হয়।
 
২০০৮ চনৰ আজিৰ দিনটোতে গল্পকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী বঁটা প্ৰাপ্ত শীলভদ্ৰ ওৰফে ৰেৱতী মোহন দত্ত চৌধুৰীৰ মৃত্যু হয়।
 
==তথ্য সংগ্ৰহ==