২৯ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
'''২৯ ফেব্ৰুৱাৰী''' {{enwiki|29 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ [[অধিবৰ্ষ]]ত ৬১তম দিন। বছৰ শেষ হ'বলৈ ৩০৫ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
===ঘটনাৱলী===
*১৯২০ চনৰ আজিৰ দিনটোতেদিনটোত [[হাংগেৰীহাঙ্গেৰী]]ত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
*১৯৫৬ চনৰ আজিৰ দিনটোতেদিনটোত [[পাকিস্তান]]ৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।
 
===জন্ম===
*১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী [[মোৰাৰজী দেশাই]]ৰ জন্ম হয়।