১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=02}}
'''১ ফেব্ৰুৱাৰী''' {{En|1 February}} [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে বছৰৰ ৩২তম দিন। [[বছৰ]]টো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন ([[অধিবৰ্ষ]]ত ৩৩৪টা দিন) বাকী থাকে।
==দিৱস==
*১ ফেব্ৰুৱাৰী, ২০১৩ চনত বিশ্ব হিজাব দিৱসৰ আৰম্ভণি হয়। নাজমা খানৰ নেতৃত্বত ১৪০খন দেশত এই দিৱস পালন কৰা হয়।
 
==ঘটনাৱলী==
*২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী [[কল্পনা চাওলা]]ৰ মৃত্যু হয়।