১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
*১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।
===জন্ম===
*১৯৫৭ বলিউডৰ অভিনেতা [['''জেকী শ্ৰাফ]]'''ৰ জন্ম।
*১৯৭১ ক্ৰিকেটৰ [['''অজয় জাডেজা]]'''ৰ জন্ম।
*১৯৭৬ চনৰ আজিৰ দিনটোত নোবেল জয়ী জাৰ্মান বিজ্ঞানী Werner Karl Heisenbergৰ জন্ম হৈছিল। (মৃত্যু ১৯০১ চনৰ ৫ ডিচেম্বৰত) তেওঁ জাৰ্মান তাত্ত্বিক পদাৰ্থবিদ আৰু কোৱাণ্টম বলবিদ্যাৰ উদ্ভাবক। ১৯২৫ চনত মেক্স বৰ্ন আৰু পাচকুৱাল জৰ্ডানৰ লগত মিলি হাইজেনবেৰ্গ কোৱাণ্টাম বলবিদ্যাৰ মেট্ৰিস্ক ভিত্তিক ব্যাখ্যা প্ৰদান কৰিছিল। তেওঁ অনিশ্চয়তা নীতিৰ বাবে বিখ্যাত, যি ১৯২৭ চনত প্ৰকাশ কৰে। কোৱাণ্টম বলবিদ্যাৰ আবিষ্কাৰক হিচাবে আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হিচাবে হাইড্ৰ'জেনৰ বহুৰূপতা আবিষ্কাৰত অবদান ৰখাৰ বাবে ১৯৩২ চনত তেওঁক পদাৰ্থবিদ্যাত নোবেল পুৰস্কাৰ দিয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৎসি জাৰ্মান পাৰমাণবিক অস্ত্ৰ প্ৰকল্পৰ প্ৰধান বিজ্ঞানী আছিল।
 
===মৃত্যু===
*২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী [[কল্পনা চাওলা]]ৰ মৃত্যু হয়।