খিলঞ্জীয়া লোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
বানান টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
2 নং শাৰী:
[[File:Guarani Family.JPG|thumb|right|[[ব্ৰাজিল]] আৰু [[পাৰাগুৱে]]ৰ খিলঞ্জীয়া গুৰানি লোক]]
[[File:Qamutik 1 1999-04-01.jpg|thumb|[[কানাডা]]ৰ খিলঞ্জীয়া ইনুইট লোক]]
'''খিলঞ্জীয়া লোকসকল''' ({{Lang-en|Indigenous peoples}}) হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে
খিলঞ্জীয়া লোকসকল সচৰাচৰ তেওঁলোকৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা আৰু তেওঁলোকৰ সংস্কৃতি নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি ভাবুকিৰ সন্মুখীন হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যেনে [[ৰাষ্ট্ৰসংঘ]], [[আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা]], [[বিশ্ব বেংক]] আদিয়ে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰ নিৰ্ধাৰণ কৰিছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" ({{Lang|en|Declaration on the Rights of Indigenous Peoples; UNDRIP}}) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।<ref>Bodley 2008:2</ref>
|