ৱৰ্ল্ড ৱাইড ৱেব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
10 নং শাৰী:
}}
ৱৰ্ল্ড ৱাইড ৱেব ({{Lang-en|World Wide Web}}) বা '''ডব্লিউ ডব্লিউ ডব্লিউ''' (WWW) বা '''ডব্লিউ থ্ৰী''' (W3) বা সাধাৰণভাৱে '''
ব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনছৰটিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ। ১৯৯০ চনত [[চুইজাৰলেণ্ড]]ৰ [[জেনেভা]]ত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত [[টিম বাৰ্নাৰ্ছ লী|বাৰ্নাৰ্ছ লী]] আৰু বেলজিয়ামৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউ-এ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।
==ইতিহাস==
|