কলিকতা বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
| name = কলিকতা বিশ্ববিদ্যালয়
| image_name = কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতীক.png
| caption =
| motto = Advancement of Learning
| established = {{Start date and age|1857|01|24|df=yes}}
| type = ৰাজহুৱা বিশ্ববিদ্যালয়
| chancellor = পশ্চিমবঙ্গৰপশ্চিমবংগৰ ৰাজ্যপাল
| vice_chancellor = সোণালী চক্ৰৱৰ্তী বেনাৰ্জী<ref>{{cite web|title=Vice-Chancellors|url=http://www.caluniv.ac.in/about/vc.html|website=www.caluniv.ac.in|accessdate=13 November 2017}}</ref>
| city = [[কলকাতা]]
| state = [[পশ্চিমবঙ্গপশ্চিমবংগ]]
| country = [[ভাৰত]]
| nickname = চিইউ
16 নং শাৰী:
| postgrad = ১৫,৭৫০<ref name='caluniv1'/>
| students = ২২,৫২০<ref name='caluniv1'/>
| doctoral = ১,৬৩১<ref name='caluniv1'/>
| coor = {{coord|22|34|35|N|88|21|43|E|region:IN_type:edu|display=inline, title}}
| campus = চহৰীয়া
| affiliations = [[বিশ্ববিদ্যালয় অনুদান আয়োগ]], [[ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ]], ভাৰতীয় বিশ্ববিদ্যালয় সংঘ, [[সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ]]
| free_label =
| free =
| website = {{URL|http://www.caluniv.ac.in/}}
}}
'''কলিকতা বিশ্ববিদ্যালয়''' ({{Lang-en|University of Calcutta}}) [[পশ্চিমবঙ্গপশ্চিমবংগ]]ৰ ৰাজধানী [[কলকাতা]]ত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।<ref>[http://www.higherednwb.net/universityeducation.htm Department of Higher Education, West Bengal] ''higherednwb.net''. Retrieved 6 August 2012</ref> এইখন [[এছিয়া মহাদেশ]]ৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।<ref>[https://www.caluniv.ac.in/about/Noteble.html] . Retrieved 22 September 2019</ref> ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়' আৰু ৰাষ্ট্ৰীয় [[ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ]]ৰ দ্বাৰা 'এ' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] এই বিশ্ববিদ্যালয়খনক 'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ' আৰু 'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়' হিচাপে চিহ্নিত কৰিছে।<ref name='Growth_Spiral'>{{cite web|url=http://indiatoday.intoday.in/story/india-today-universities-rankings-2012-calcutta-university/1/189323.html|title=Calcutta University features at 3rd spot on India Today Universities Rankings 2012}}</ref><ref name='Our_Special_Correspondent' />
 
বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬ খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। [[ভাৰত চৰকাৰ]]ৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাংকণ তালিকাতৰ '২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।<ref>[https://www.caluniv.ac.in/NIRF_Rank_2019.pdf]. Retrieved 22 September 2019</ref><ref>[https://www.caluniv.ac.in/IT-RANKING.pdf]. Retrieved 22 September 2019</ref>
31 নং শাৰী:
 
==ইতিহাস==
১৮৫৭ খনৰ ২৪ জানুৱাৰী তাৰিখে কলিকতা বিশ্ববিদ্যালয় বিধেয়ক কাৰ্যকৰী হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আঁচনি প্ৰস্তুতকৰণৰ বাবে ৪১ গৰাকী সদস্যৰ চিনেট গঠন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি দ্বাৰভাংগাৰ মহাৰাজা মহেশ্বৰ সিং বাহাদুৰে দান কৰিছিল। ঐতিহাসিক ভাবে বিশ্ববিদ্যালয়খনে ব্ৰিটিছ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে ইয়াৰ ভৌগোলিক পৰিসৰ পূবে ৰেংগুনৰ (বৰ্তমান [[ম্যানমাৰ]]ত) পৰা উত্তৰ-পশ্চিমে লাহোৰলৈ (বৰ্তমান [[পাকিস্তান]]ত) আৰু দক্ষিণে সিংহললৈ (বৰ্তমান [[শ্ৰীলংকা]] আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ভৌগোলিক পৰিসৰৰ হিচাপে এয়া সৰ্ববৃহৎ।<ref name="caluniv2">[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm About the university] {{Webarchive|url=https://web.archive.org/web/20110808224127/http://www.caluniv.ac.in/About%20the%20university/university_frame.htm |date=8 August 2011 }} @ Official site, University of Calcutta. Retrieved 7 December 2011</ref><ref name="officialhist">{{cite web|url=http://www.caluniv.ac.in/university_campuses/university_frame.htm|title=Genesis and Historical Overview of the University|work=University and its Campuses|publisher=University of Calcutta|archiveurl=https://web.archive.org/web/20070321035649/http://www.caluniv.ac.in/university_campuses/university_frame.htm <!-- Bot retrieved archive -->|archivedate=21 March 2007|accessdate=22 March 2007}}</ref>
 
১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী [[নোবেল বঁটা]] বিজয়ী ক্ৰমে: ছাৰ ৰোনাল্ড ৰছ, [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[চন্দ্ৰশেখৰ ভেংকটৰমন]], [[অমৰ্ত্য সেন]] আৰু [[অভিজিত বেনাৰ্জী]] কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।<ref name="caluniv2" />
==চৌহদসমূহ==
[[File: Kolkata univ jeroje.jpg|thumb|আশুতোষ শিক্ষা প্ৰাংগণ, কলেজ ষ্ট্ৰীট চৌহদ]]
কলিকতা বিশ্ববিদ্যালয়ৰ মুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে সিঁচৰত হৈ আছে। ইয়াৰ মুখ্য চৌহদ সমূহ হল:
আশুতোষ শিক্ষা প্ৰাংগণ (কলেজ ষ্ট্ৰীট), ৰাসবিহাৰী শিক্ষা প্ৰাংগণ বা ৰাজাবাজাৰ বিজ্ঞান কলেজ (ৰাজাবাজাৰ), তাৰকানাথ পালিত শিক্ষা প্ৰাংগণ (বালীগঞ্জ) আৰু শ্বহীদ খুদিৰাম শিক্ষা প্ৰাংগণ (আলিপুৰ)।
<ref name="cu5">[http://www.caluniv.ac.in/Campuses/campus.htm University Campus] {{Webarchive|url=https://web.archive.org/web/20120622083229/http://www.caluniv.ac.in/Campuses/campus.htm |date=22 June 2012 }} ''caluniv.ac.in''. Retrieved 12 August 2012</ref>
49 নং শাৰী:
 
[[শ্ৰেণী:বিশ্ববিদ্যালয়]]
[[শ্ৰেণী:পশ্চিমবঙ্গপশ্চিমবংগ]]
[[শ্ৰেণী:ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান]]