অড্ৰী হেপ্‌বাৰ্ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

cosmetic change
29 নং শাৰী:
বয়স ভাটি দিয়াৰ লগে লগে হেপ্‌বাৰ্নে বোলছবিৰ সংখ্যা কমাই [[ইউনিচেফ]]ৰ কামত বেছিকৈ মনোনিবেশ কৰে। ১৯৫৪ চনৰে পৰা সংস্থাটোৰ লগত জড়িত থাকিলেও ১৯৮৮ৰ পৰা ১৯৯২ চনলৈ তেওঁ আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ পিছপৰা জনগোষ্ঠীৰ সহায়ত ব্যস্থ থাকে। ১৯৯২ চনত ইউনিচেফ গুড্‌ৱিল এম্বেচেদৰ হিচাপে তেওঁৰ অৱদানৰ স্বীকৃতিৰূপে তেওঁক Presidential Medal of Freedom প্ৰদান কৰা হয়। তাৰ এমাহ পিছত ৬৩ বছৰ বয়সত এপেণ্ডিক্সৰ কৰ্কট ৰোগত ভুগি চুইজাৰলেণ্ডৰ নিজা ঘৰত হেপ্‌বাৰ্নৰ মৃত্যু হয়।<ref>{{cite book|last=de Givenchy|first=Hubert|title=Audrey Hepburn|publisher=Pavilion|location=London|year=2007|isbn=978-1-86205-775-3|page=19}}</ref><ref>{{cite book|last=Ferrer|first=Sean|title=Audrey Hepburn, an Elegant Spirit|publisher=Atria|location=New York|year=2005|isbn=978-0-671-02479-6|page=148}}</ref><ref name=barryparis>{{cite book|last=Paris|first=Barry|title=Audrey Hepburn|publisher=Berkley Trade|location=City|year=2001|isbn=978-0-425-18212-3}}</ref>
 
== তথ্যসূত্ৰ ==
{{Reflist|30em}}
 
== বাহ্যিক সংযোগ ==
* {{commons category-inline|Audrey Hepburn|অড্ৰী হেপ্‌বাৰ্ন}}
* {{wikiquote-inline|Audrey Hepburn|অড্ৰী হেপ্‌বাৰ্ন}}