অতিবেঙুনীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৰিষ্কাৰকৰণ
 
11 নং শাৰী:
|footer =
}}
'''অতিবেঙুনীয়া''' ('''Ultraviolet''' বা '''UV''') ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ [[তৰংগদৈৰ্ঘ্য]]ৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু [[ৰঞ্জন ৰশ্মি]]তকৈ দীঘল। [[ৰ'দ]]ত থকা অতিবেঙুনীয়া বিকিৰণ [[সূৰ্য্য]]ৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুনীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুনী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুনী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুনী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুনী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুনী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।<ref>http://www.britannica.com/EBchecked/topic/613529/ultraviolet-radiation</ref>ইয়াক [[বৈদ্যুতিক আৰ্ক]] আৰু বিশেষ চাকি যেনে কাৰ্কাৰি-ভেপাৰ চাকি, টেনিং চাকি আৰু [[ক'লা পোহৰ]]ৰেও প্ৰস্তুত কৰিব পাৰি। অতিবেঙুনীয়া ৰশ্মিয়ে [[পৰমাণু]]ক আয়নন (Ionization) কৰিব নোৱাৰে, কিন্তু [[ৰাসায়নিক বিক্ৰিয়া]] কৰি বহু বস্তুক উজ্বলাই ([[প্ৰতিপ্ৰভা]]) তুলিব পাৰে। সেইবাবে অতিবেঙুনীয়া ৰশ্মিৰ ৰাসায়নিক আৰু জৈৱিক প্ৰভাৱ কেৱল তাপ প্ৰভাৱতকৈ বেছি।
 
ছাল বেছিকৈ অতিবেঙুনীৰ সংস্পৰ্শলৈ আহিলে ৰ'দে ক'লা কৰা (Suntan) আৰু ৰ'দে পোৰা (sunburn)ৰ দৰে ঘটনা হয়। ই [[ছালৰ কৰ্কট]]ৰ আশংকাও বঢ়ায়। পৃথিৱীৰ বায়ুমণ্ডলে সুৰক্ষা নিদিয়া হ'লে সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে জীৱসমূহৰ বাৰুকৈ ক্ষতি কৰিব।<ref>{{cite web|url=http://missionscience.nasa.gov/ems/10_ultravioletwaves.html|title=Reference Solar Spectral Irradiance: Air Mass 1.5|accessdate=2009-11-12|deadurl=yes|archiveurl=https://web.archive.org/web/20110127004149/http://missionscience.nasa.gov/ems/10_ultravioletwaves.html|archivedate=27 January 2011|df=dmy-all}}</ref> বেছি শক্তিৰ, চুটি তৰংগদৈৰ্ঘ্যৰ (১২১&nbsp;nm তকৈ কম) "বিষম" অতিবেঙুনীয়ে বায়ুক ইমানেই আয়'নাইজ কৰে যে মাটি পোৱাৰ আগতেই ই শোষিত হয়।<ref>{{cite journal |last=Haigh |first=Joanna D. . |date=2007 |title=The Sun and the Earth's Climate: Absorption of solar spectral radiation by the atmosphere |journal=Living Reviews in Solar Physics |volume=4 |issue=2 |pages=2 |url=http://solarphysics.livingreviews.org/open?pubNo=lrsp-2007-2&amp;page=articlesu8.html |accessdate=July 12, 2014 |doi=10.12942/lrsp-2007-2 |bibcode=2007LRSP....4....2H |deadurl=no |archiveurl=https://web.archive.org/web/20160304050402/http://solarphysics.livingreviews.org/open?pubNo=lrsp-2007-2&page=articlesu8.html |archivedate=4 March 2016 |df=dmy-all }}</ref>
মানুহকে ধৰি প্ৰায়বোৰ মাটিত থকা মেৰুদণ্ডী প্ৰাণীৰ হাড়ক শক্তিশালী কৰা [[ভিটামিন ডি]]ত উৎপাদনত অতিবেঙুনীয়ে সহায় কৰে।<ref>{{Cite journal|last=Wacker|first=Matthias|last2=Holick|first2=Michael F.|date=2013-01-01|title=Sunlight and Vitamin D|journal=Dermato-endocrinology|volume=5|issue=1|pages=51–108|doi=10.4161/derm.24494|issn=1938-1972|pmc=3897598|pmid=24494042}}</ref> গতিকে ইয়াৰ উপকাৰী আৰু অপকাৰী দুয়োটা প্ৰভাৱ আছে।
 
সাধাৰণ মানুহৰ [[চকু]]ৱে ৪০০ nm তকৈ কম তৰংগদৈৰ্ঘ্যৰ পোহৰ দেখা নাপায়, সেইবাবে অতিবেঙুনী আমাৰ বাবে অদৃশ্য। পতংগ, চৰাই আৰু কিছুমান স্তন্যপায়ীয়ে এনে ৰশ্মি দেখা পায়।
 
== প্ৰকাৰ ==
114 নং শাৰী:
|}
 
== ব্যৱহাৰ ==
বহুতো বস্তুত ৰাসায়নিক বিক্ৰিয়া আৰু [[প্ৰতিপ্ৰভা]] কৰিব পৰা গুণৰ বাবে অতিবেঙুনীক নানা কামত ব্যৱহাৰ কৰা হয়। তলৰ তালিকাখনত<ref>{{cite web |url=http://www.s-et.com/applications/wavelength.html |title=s-et.com |accessdate=2009-09-26 |deadurl=usurped |archiveurl=https://web.archive.org/web/20080820022822/http://www.s-et.com/applications/wavelength.html |archivedate=20 August 2008 |df=dmy-all }}</ref> নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্য সাপেক্ষে অতিবেঙুনীৰ কিছুমান ব্যৱহাৰ দেখুওৱা হৈছে।
* ''১৩.৫ নেন'মিটাৰ'': বিষম অতিবেঙুনী লিথ'গ্ৰাফী (Extreme ultraviolet lithography)
* ''৩০-২০০ নেন'মিটাৰ'': ফটোআয়নন,অতিবেঙুনী ফটৈলেক্‌ট্ৰন স্পেক্‌ট্ৰ'স্ক'পী
* ''230–365 নেন'মিটাৰ'': UV-পৰিচয়পত্ৰ, লেবেল চিনাক্তকৰন, বাৰক'ড
* ''230–400 নেন'মিটাৰ'': আলোকীয় চেন্সৰ, নানা যন্ত্ৰ
* ''240–280 নেন'মিটাৰ'': [[জীৱাণুনাশ]], পৃষ্ঠ আৰু পানীৰ পৰিশোধন
* ''200–400 নেন'মিটাৰ'': ফৰেন্‌ছিক বিশ্লেষণ, ঔষধ চিনাক্তকৰণ
* ''270–360 নেন'মিটাৰ'': [[মাংসসাৰ|প্ৰ'টিন]] বিশ্লেষণ, [[ডি এন এ]] সংশ্লেষণ, ঔষধ আৱিষ্কাৰ
* ''280–400 নেন'মিটাৰ'': [[কোষ]]ৰ চিকিৎসা সম্বন্ধীয় ইমেজিং
* ''300–320 নেন'মিটাৰ'': চিকিৎসা বিজ্ঞানত [[পোহৰ চিকিৎসা]]
* ''300–365 নেন'মিটাৰ'': পলিমাৰ আৰু ছপা চিঞাহীৰ সংস্কাৰ
* ''350–370 নেন'মিটাৰ'': পতংগ নাশক যন্ত্ৰ (মাখি ৩৬৫ নেন'মিটাৰ পোহৰৰ প্ৰতি সৰ্বাধিক আকৰ্ষিত হয়)।<ref>{{cite web |url=http://www.pestproducts.com/uv_light.htm |title=Ultraviolet Light, UV Rays, What is Ultraviolet, UV Light Bulbs, Fly Trap |publisher=Pestproducts.com |accessdate=2011-11-08 |deadurl=no |archiveurl=https://web.archive.org/web/20111008084125/http://www.pestproducts.com/uv_light.htm |archivedate=8 October 2011 |df=dmy-all }}</ref>
 
== অপকাৰিতা ==
অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ। অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ [[কৰ্কট ৰোগ]] হ'ব পাৰে। ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি (Pigmentation)। অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক।
 
== তথ্যসূত্ৰ ==
{{Reflist|30em}}
 
== অতিৰিক্ত পাঠ ==
* {{Cite journal
| last = Hu
| first = S
169 নং শাৰী:
| bibcode = 1991OptL...16.1192S
}}
* {{Cite journal
| last = Hockberger
| first = Philip E.