অভিযান্ত্ৰিক বিদ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 113 interwiki links, now provided by Wikidata on d:q11023 (translate me)
পৰিষ্কাৰকৰণ
1 নং শাৰী:
[[Imageচিত্ৰ:Maquina vapor Watt ETSIIM.jpg|thumb|200px|'''ETSIIM'''ৰ [[মাদ্ৰিদ, স্পেইন]] মূল ভৱনত অৱস্থিত এটা [[ভাপ ইঞ্জিন]]ৰ আৰ্হি, [[উদ্যোগিক বিপ্লৱ]]ৰ সময়ত ব্যৱহিত হৈছিল। ]]
 
'''অভিযান্ত্ৰিক বিদ্যা'''(ইঞ্জিনিয়াৰিঙ) হৈছে এবিধ বিভাগ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্থিক, সামাজিক তথা ব্যৱহাৰিক জ্ঞান প্ৰয়োগ কৰি বিভিন্ন আহিলা, যন্ত্ৰ, বস্তু নিৰ্মাণ কৰা হয়।
9 নং শাৰী:
যিজন ব্যক্তিয়ে অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান ৰাখে তেওঁক [[অভিযন্তা]] (ইঞ্জিনিয়াৰ) বোলা হয়।
 
== অভিযান্ত্ৰিক বিদ্যাৰ মুখ্য বিভাগ সমূহ ==
==ইতিহাস==
[[বিজ্ঞান]] বিষয়টোৰ দৰে অভিযান্ত্ৰিক বিদ্যাও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্ৰিক কামৰ বিভিন্ন ক্ষেত্ৰৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্ৰশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্ৰৰ লগতো জড়িত হ'ব পাৰে। অভিযান্ত্ৰিক বিদ্যাক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
 
==অভিযান্ত্ৰিক বিদ্যাৰ মুখ্য বিভাগ সমূহ==
[[বিজ্ঞান]] বিষয়টোৰ দৰে অভিযান্ত্ৰিক বিদ্যাও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্ৰিক কামৰ বিভিন্ন ক্ষেত্ৰৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্ৰশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্ৰৰ লগতো জড়িত হ'ব পাৰে। অভিযান্ত্ৰিক বিদ্যাক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
* '''কেমিকেল ইঞ্জিনিয়াৰিঙ''' - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানআৰু অভিযান্ত্ৰিক নীতি ব্যৱহাৰ কৰি ৰাসায়নিক প্ৰক্ৰিয়াসমূহ বাণিজ্যকভাৱে উদ্ভাৱন কৰা ।
* '''চিভিল ইঞ্জিনিয়াৰিঙ''' – ডিজাইন তথা ৰাজহুৱা খণ্ডৰ(বিমান বন্দৰ, পথ, ৰেলপথ দলং, বান্ধ ইত্যাদি) আৰু ব্যক্তিগত খণ্ডৰ (ঘৰ ) আন্তঃগাথনি নিৰ্মাণ কৰা।
* '''ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ''' – ডিজাইন আৰু বিভিন্ন ইলেক্ট্ৰিকেল/ ইলেকট্ৰনিক চিষ্টেম যেনে ইলেক্ট্ৰিকেল সজ্জা(electrical circuits), জেনেৰেটৰ(generator), মটৰ (motor), ইলেকট্ৰনিক আহিলা(electronic devices), ইলেকট্ৰনিক সজ্জা (electronic circuits)।
* '''মেকানিকেল ইঞ্জিনিয়াৰিঙ''' – বাহ্যিক অথবা মেকানিকেল চিষ্টেম ডিজাইন, যেনে শক্তি চিষ্টেম(energy system), মাৰণাস্ত্ৰ চিষ্টেম, পৰিবহন সহায়ক ইঞ্জিন, কম্প্ৰেচৰ(compressor) ইত্যাদি।
Line 22 ⟶ 20:
* '''অডিঅ’ ইঞ্জিনিয়াৰিঙ'''
* '''বায়’মেডিকেল ইঞ্জিনিয়াৰিঙ'''
* ''' নিউক্লিয়াৰ ইঞ্জিনিয়াৰিঙ'''
 
== তথ্য সংগ্ৰহ ==
{{Reflist}}
 
[[শ্ৰেণী:অভিযান্ত্ৰিক বিদ্যা| ]]
[[শ্ৰেণী:প্ৰযুক্তি]]
[[শ্ৰেণী:অভিযান্ত্ৰিক বিদ্যা]]