২২ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
'''২২ এপ্ৰিল''' {{enwiki|22 April}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১১২ তম ([[অধিবৰ্ষ]]ত ১১৩ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==জন্ম==
*১৯১৪ - [[বলদেৱ ৰাজ চোপড়া]], হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক [[মহাভাৰত]]ৰ নিৰ্মাতা। মৃত্যু: [[৫ নৱেম্বৰ]], ২০০৮]]
 
==মৃত্যু==
*১৯৪৩ - [[কমলা মিৰি]] ওৰফে কমলা লুইং, এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। মিচিং সম্প্ৰদায়ৰ লোক মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।
"https://as.wikipedia.org/wiki/২২_এপ্ৰিল"ৰ পৰা অনা হৈছে