আৰ্টিমিচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
==আখ্যানসমূহ==
===জন্ম===
=== জন্ম ===
[[File:Apollo Artemis Brygos Louvre G151.jpg|thumb|right|250px|৪৭০ খ্ৰীষ্টপূৰ্বৰ এক পাত্ৰত অংকিত [[এপ'ল']] (বাওঁ‌হাতে) আৰু আৰ্টিমিচ (সোঁ‌হাতে)। ]]
 
আৰ্টিমিচ আৰু তেওঁৰ যমজ ভ্ৰাতৃ এপ'ল'ৰ জন্ম সম্পৰ্কে ধ্ৰুপদী গ্ৰীক আখ্যানসমূহত বিভিন্ন পৰস্পৰৰ সৈতে মিল নথকা বৰ্ণনা পোৱা যায়। অৱশ্যে প্ৰতিটো আখ্যানতে তেওঁক [[জ্যুছ]] আৰু [[লেট']]ৰ সন্তান তথা এপ'ল'ৰ যমজ ভগ্নী বুলি কোৱা হৈছে। কোনো কোনো আখ্যানৰ মতে আৰ্টিমিচ এপ'ল'ৰ সৈতে একে সময়তে ওপজে আৰু কোনো কোনোৰ মতে তেওঁৰ জন্ম আগত বা পিছত হয়।<ref name=":1">{{cite book |last1=Roman |first1=Luke |last2=Roman |first2=Monica |date=2010 |title=Encyclopedia of Greek and Roman Mythology |publisher=Infobase Publishing |isbn=9781438126395 |pages=85 |url=https://books.google.com/books?id=tOgWfjNIxoMC&q=Encyclopedia+of+Greek+and+roman+mythology+cite&pg=PP1}}</ref>
 
কেলিমেকাছৰ মতে জ্যুছৰ ঔৰসত লেট'ই গৰ্ভধাৰণ কৰাৰ বাবে জ্যুছৰ সহধৰ্মিণী হীৰা ক্ষুব্ধ হৈ পৰে আৰু লেট'ক মূল ভূখণ্ড বা দ্বীপ কোনো ঠাইতে সন্তান জন্ম দিবলৈ বাৰণ কৰে। কিন্তু ডিল'চ নামৰ দ্বীপটোৱে এই আদেশ অমান্য কৰে আৰু লেট'ক সন্তান প্ৰসৱৰ অনুমতি দিয়ে। অৱশ্যে হোমাৰৰ শ্লোকৰ মতে এই দ্বীপটো আছিল অৰ্টিজিয়া।<ref>Hammond. ''Oxford Classical Dictionary.'' 597-598.</ref>
 
অধিকাংশ আখ্যানৰ মতে আৰ্টিমিচৰ জন্ম এপ'ল'তকৈ আগত হৈছিল আৰু ভ্ৰাতৃৰ জন্মৰ সময়ত লেট'ৰ বাবে ধাত্ৰীৰ কাম কৰিছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/আৰ্টিমিচ"ৰ পৰা অনা হৈছে