২২ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{আজিৰ দিনটো|22|4|111}}
'''২২ এপ্ৰিল''' {{enwiki|22 April}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১১২ তম ([[অধিবৰ্ষ]]ত ১১৩ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাৱলী==
*১৯১৫ - প্ৰথম বিশ্বযুদ্ধত জাৰ্মানসকলে বিষাক্ত গেছ ব্যৱহাৰ আৰম্ভ কৰে।
==জন্ম==
*১৯১৪ - [[বলদেৱ ৰাজ চোপড়া]], হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক [[মহাভাৰত]]ৰ নিৰ্মাতা। (মৃত্যু: [[৫ নৱেম্বৰ]], ২০০৮)
"https://as.wikipedia.org/wiki/২২_এপ্ৰিল"ৰ পৰা অনা হৈছে