৫ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৫ নৱেম্বৰ''' {{enwiki|5 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৯ তম ([[অধিবৰ্ষ]]ত ৩১০ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৱলী==
==ঘটনাৰাজী==
১/ ১৫৫৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পাণিপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
 
22 নং শাৰী:
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ [[মেলকম মাৰ্ছেল]]ৰ ৪১ বছৰ বয়সত মৃত্যু হয়।
 
১১/ ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি [[যতীন্দ্ৰনাথ গোস্বামী]]ৰ মৃত্যু হয়।
 
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , বিশ্ববৰণ্য শিল্পী , অসম ৰত্ন ড॰ [[ভূপেন হাজৰিকা]]ৰ পৰলোক প্ৰাপ্তি হয়।
 
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , বিশ্ববৰণ্য শিল্পী , অসম ৰত্ন ড॰ [[ভূপেন হাজৰিকা]]ৰ পৰলোক প্ৰাপ্তি হয়।
==মৃত্যু==
*২০০৮ - [[বলদেৱ ৰাজ চোপড়া]], হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা। (জন্ম: [[২২ এপ্ৰিল]], ১৯১৪)
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৫_নৱেম্বৰ"ৰ পৰা অনা হৈছে