৫ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==ঘটনাৱলী==
১/ *১৫৫৬ খ্ৰীষ্টাব্দৰ আজিৰ- দিনটোতেপাণি পাণিপথৰপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
 
২/ ১৮৭৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী [[জেমছ ক্লাৰ্ক মেক্সৱেল]]ৰ মৃত্যু হয়।
 
৩/ ১৮৯১ চনৰ আজিৰ দিনটোতে ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্বিক [[জে বি এণ হলডেন]]ৰ জন্ম হয়।
 
Line 14 ⟶ 11:
৬/ ১৯২০ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় ৰেডক্ৰছ সন্থা]] গঠন কৰা হয়।
 
৭/ ১৯৭৭ চনৰ আজিৰ দিনটোতে [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।
 
৮/ ১৯৯০ চনৰ আজিৰ দিনটোতে জনতা দল বিভাজন হয় আৰু চন্দ্ৰশেখৰ দলত্যাগীসকলৰ নতুন নেতা নিৰ্বাচিত হয়।
 
৯/ ১৯৯৫ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হয়।
 
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ [[মেলকম মাৰ্ছেল]]ৰ ৪১ বছৰ বয়সত মৃত্যু হয়।
 
১১/ ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি [[যতীন্দ্ৰনাথ গোস্বামী]]ৰ মৃত্যু হয়।
 
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ, বিশ্ববৰণ্য শিল্পী, অসম ৰত্ন ড॰ [[ভূপেন হাজৰিকা]]ৰ পৰলোক প্ৰাপ্তি হয়।
==মৃত্যু==
*২০০৫ - [[যতীন্দ্ৰনাথ গোস্বামী]], সাহিত্যাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
"https://as.wikipedia.org/wiki/৫_নৱেম্বৰ"ৰ পৰা অনা হৈছে