ভিতালী দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
'''ভিতালী দাস''' ({{lang-en|Vitali Das or Bhitali Das }}; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১)এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ [[জুবিন গাৰ্গ]] আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ ৰো অধিক বিহু গান গাইছিল। জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী, আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।
==মৃত্যু==
১৪ এপ্ৰিলত গুৱাহাটিৰ লতাশিল খেল পথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালি দাস ক'ভিড পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিল ৭.০৫ বজাত মৃত্যু হয়। ভিতালি দাস মধুমেহ ৰোগটো আক্ৰান্ত আছিল।