ভিতালী দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সাঁচ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
25 নং শাৰী:
'''ভিতালী দাস''' ({{lang-en|Vitali Das বা Bhitali Das }}; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ [[জুবিন গাৰ্গ]] আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল। জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।
 
== মৃত্যু ==
২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটিৰগুৱাহাটীৰ লতাশিল খেল পথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালিভিতালী দাস ক'ভিড পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে ভিতালী দাস মধুমেহ ৰোগতো আক্ৰান্ত আছিল।
 
== তথ্য সংগ্ৰহ==
{{Reflist}}