চোতাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{original research|date=Dec 2011}}
[[Image:চোতাল.jpg|thumb|200px|অসমীয়া গাওঁ এখনৰ এটা ঘৰৰ চোতাল]]
[[Image:Back-garden.JPG|thumb|200px|ইংলণ্ডৰ চোতাল]]
'''চোতাল''' হৈছে মানুহৰ ঘৰৰ আগফালে বা পাচফালে থকা মুকলি ঠাই।<ref>http://xobdo.org/dic/index.php#চোতাল</ref> {{lang-sa|चत्वाल्}} মূলৰ পৰা [[চোতাল]] শব্দটো নিষ্পন্ন হৈছে ৷হৈছে। বিদেশতো মানুহে ঘৰত চোতাল ৰখা দেখা যায় ।যায়। চোতালখনত সাধাৰণতে ঘাঁহ-বন নাথাকে ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু পাচফালৰখনক পাচ চোতাল বুলি কয় ।কয়। আগচোতালখন সাধাৰণতে সকলোৱে দেখা পায় যদিও অনেকে পাচফালৰ চোতালখন আবুৰ কৰি ৰাখে । ৰাখে।
 
== অসমীয়া সংস্কৃতিত চোতাল ==
জাতি, বৰ্ণ নিৰ্বিশেষে [[অসম]]ৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখৰ চোতালখন এক অবিচ্ছেদ্য অংগ ৷অংগ। বিশেষকৈ [[অসম]]ৰঅসমৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা হ’ল চোতালখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশপৰিৱেশ। ৷ [[অসম]]ৰঅসমৰ মানুহৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, উৎসৱ-পাৰ্বন, ধৰ্মীয় কৃত্য সম্পাদনৰ বাবে [[চোতাল]]খন অপৰিহাৰ্যচোতালখন অপৰিহাৰ্য। এই থলীতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাৱ বিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ সূত্ৰপাত হয় ৷হয়। সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয় ৷হয়। [[কৃষি-কৰ্ম]]ৰ সৈতে জড়িত বিভিন্ন সঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয় ৷হয়। কৃষকে [[ধান]], [[মাহ]], [[সৰিয়হ]]ৰ বীজ উলিয়ায় এই [[চোতাল]]খনতে ৷চোতালখনতে। ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী ৷থলী। [[অসমীয়া]] নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে ৷চোতালখনতে। জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ [[চোতাল]]খনতেচোতালখনতে সম্পন্ন হয় ৷হয়। আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি [[চোতাল]]খনচোতালখন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা ৷পৰম্পৰা। এই চোতালৰ দাঁতিতে এজোপা [[শেৱালি]] ফুল আৰু একোণত [[তুলসী]] পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো [[অসমীয়া]] লোকাচাৰৰ এক পৰম্পৰাপৰম্পৰা। ৷ [[অসমীয়া]] সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তীয়সংক্ৰান্তিয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয় ৷হয়। নৱ জাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুচৰী, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাককৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয়হয়। ৷ [[অসমীয়া]] মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনক পাছচোতাল বোলে ৷বোলে। তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয় ৷হয়। তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়ালগড়াল। ৷ [[অসমীয়া]] সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷আহিছে।<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ড॰ পৰমানন্দ ৰাজবংশী, ড০ড॰ নাৰায়ন দাস (পৃষ্ঠা- ২৫)</ref>
 
=== তথ্যসংগ্ৰহ ===
জাতি, বৰ্ণ নিৰ্বিশেষে [[অসম]]ৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখৰ চোতালখন এক অবিচ্ছেদ্য অংগ ৷ বিশেষকৈ [[অসম]]ৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা হ’ল চোতালখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশ ৷ [[অসম]]ৰ মানুহৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, উৎসৱ-পাৰ্বন, ধৰ্মীয় কৃত্য সম্পাদনৰ বাবে [[চোতাল]]খন অপৰিহাৰ্য ৷ এই থলীতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাৱ বিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ সূত্ৰপাত হয় ৷ সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয় ৷ [[কৃষি-কৰ্ম]]ৰ সৈতে জড়িত বিভিন্ন সঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয় ৷ কৃষকে [[ধান]], [[মাহ]], [[সৰিয়হ]]ৰ বীজ উলিয়ায় এই [[চোতাল]]খনতে ৷ ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী ৷ [[অসমীয়া]] নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে ৷ জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ [[চোতাল]]খনতে সম্পন্ন হয় ৷ আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি [[চোতাল]]খন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা ৷ এই চোতালৰ দাঁতিতে এজোপা [[শেৱালি]] ফুল আৰু একোণত [[তুলসী]] পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো [[অসমীয়া]] লোকাচাৰৰ এক পৰম্পৰা ৷ [[অসমীয়া]] সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তীয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয় ৷ নৱ জাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুচৰী, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাককৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয় ৷ [[অসমীয়া]] মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনক পাছচোতাল বোলে ৷ তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয় ৷ তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়াল ৷ [[অসমীয়া]] সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৫)</ref>
 
 
=== তথ্যসংগ্ৰহ ===
{{reflist}}
 
"https://as.wikipedia.org/wiki/চোতাল"ৰ পৰা অনা হৈছে