চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নামাৰ সৈতে ইংৰাজী নাম (আন্তৰ্জাতিক নাম)বোৰ সংযোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
({{lang-ar|عليه السلام}})
'''''আলাইহি-আছ-ছালাম''''' হ'ল এটা [[বাগধাৰা]] বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- '''তেখেতৰ উপৰতওপৰত শান্তি বৰ্ষিত হওঁকহওক'''। যিটো ধাৰ্মিক [[মুছলিম]]সকলে [[ঈছা|Jesus/ঈছা (আঃ)]], [[মুছা| Moses/মুছা (আঃ)]] , [[ইব্ৰাহিম|Abraham/ইব্ৰাহিম (আঃ)]] সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়। আকৌ একমাত্ৰ শেষ নবী মুহাম্মাদ(ছাঃ)ৰ নামৰ শেষত ইয়াৰ এটা বৰ্ধিত সংস্কৰণ উচ্চাৰণ কৰা হয় যিটো হ'ল '''চাল্লাহু আলাইহি ওয়াছাল্লাম'''। যিটো সংক্ষেপে ছাঃ/চাঃ/দঃ লিখা দেখা যায়; ইয়াৰ অৰ্থ হৈছে তেখেতৰ ও তেখেতৰ পৰিয়ালৰ উপৰতওপৰত [[আল্লাহ|ঈশ্বৰৰ]] প্ৰাৰ্থনা আৰু শান্তি বৰ্ষিত হওঁক।হওক।<ref name=IU>{{cite web |url=http://www.innovateus.net/innopedia/what-does-muslim-phrase-peace-be-upon-him-mean#Why+do+Muslims+say+the+phrase+%26quot%3BPeace+Be+Upon+Him%26quot%3B%3F |title=What does the Muslim phrase, "Peace Be Upon Him" mean? |author= |date= |website= |publisher=InnovateUs Inc. |accessdate=25 July 2015|language=ইংৰাজী}}</ref> তেখেতৰ উপৰতওপৰত শান্তি বৰ্ষিত হওঁকহওক হ'ল আলাইহি ওয়া ছাল্লাম আৰু বহুত সময়ত ই অসমীয়া ভাষাত চাল্লাহু আলাইহি ওয়াছাল্লামৰ অনুদিতঅনূদিত সংস্কৰণ।
 
যিকোনো ভাষাতেই এটা মহান সম্মান আৰু শ্ৰদ্ধাৰ এটা চিহ্নস্বৰূপ।<ref name=IU/><ref name=Esposito128>John L. Esposito, ''What Everyone Needs to Know about Islam'', Second Edition (ইংৰাজী), (New York: Oxford University Press, 2011), p. 128</ref>মুছলিমসকলে এই বাগধাৰাটো মুহাম্মাদ(ছাঃ)ৰ বাবে আল্লাহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰ উদ্দেশ্যেৰে উচ্চাৰিত কৰে বা লিখে আৰু বিনিময়ত আল্লাহেও সিহঁতক আশীৰ্বাদ কৰে বুলি সিহঁতে বিশ্বাস কৰে।<ref name=Esposito128/> এই বাগধাৰাটো মুছলিম বিশ্বৰ বেচৰকাৰী আৰু বহত ক্ষেত্ৰত চৰকাৰী কাগজপত্ৰতো লিখা-লিখিতো ব্যৱহৃত হয়।<ref name=Esposito128/> ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ [[কোৰআন]]ত এই সম্মান প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। [[কোৰআন]]ত কোৱা হৈছে,
 
"ঈশ্বৰ আৰু তেখেতৰ স্বৰ্গীয় দূতসকলে নবীৰ প্ৰতি আশীৰ্বাদ প্ৰেৰণ কৰে। হে বিশ্বাসীসকল! তোমালোকেও তেওঁৰ প্ৰতি আশীৰ্বাদ প্ৰেৰণ কৰা, আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ প্ৰতি সম্মান প্ৰদৰ্শণপ্ৰদৰ্শন কৰা।"<ref name=Esposito128/> এইটো মুছলিম সকলৰ বাবে এটা স্মাৰক যিটোয়ে সকলো কাম-কৰ্ম [[মুহাম্মাদ]](ছাঃ)ৰ আদৰ্শ অনুসৰণত সচেতন কৰে।<ref>Jean Mead, ''Why Is Muhammad Important to Muslims?'' (ইংৰাজী) (London: Evans, 2008), p. 5</ref>
 
== তথ্যসূত্ৰ ==
{{reflist}}
 
[[শ্ৰেণী:ইছলাম]]
[[শ্ৰেণী:মুহাম্মাদ]]
[[শ্ৰেণী:ইছলামী সম্মানসূচক উপাধি]]