"ঈছা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

40 বাইট বিলোপ কৰা হ’ল ,  2 মাহ পূৰ্বে
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
{{Infobox person
| honorific_prefix = আল মছিহ
| name = ঈছা - عسيى
| honorific_suffix = আলাইহিছ-ছালাম<br>( عليه السلام )
| native_name = ‎‏ঈছা, যীশু
| native_name_lang =
| image = Jesus Name in Arabic.gif
| image_size =
| alt =
| caption = "ঈছা ইবনে মাৰিয়াম" (আলাইহিছ-ছালাম), আৰবী ভাষাত লিখিত
| religion = [[ইছলাম]]
| birth_date = {{circa}} ২-৭ [[খৃষ্টপূৰ্ব]]
| birth_place = [[বেথেলহাম]], [[ফিলিস্তিন]]
| disappeared_date =
| disappeared_place =
| disappeared_status =
| death_date =
| death_place =
| death_cause =
| resting_place =
| resting_place_coordinates = <!-- {{Coord|LAT|LONG|type:landmark|display=inline}} -->
| other_names =
| years_active =
| known_for = [[মৰিয়ামৰ সন্তান]], আল-মাছিহ (মনোনীত ব্যক্তি)
| notable_works =
| style =
| influences =
| influenced =
| predecessor =
| successor =
| opponents =
| spouse =
| partner = <!-- unmarried life partner; use ''Name (1950–present)'' -->
| children =
| Mother =[[মাৰিয়াম]]
| Relative =[[ইয়াহিয়া]]
| module1 =
| module2 =
| module3 =
| module4 =
| module5 =
| module6 =
| footnotes =
| box_width =
}}
'''ঈছা ইবনে মাৰিয়াম''' ( {{lang-ar|عيسى|translit=ʿĪsā}}), যিজননক [[বাইবেল]]ৰ [[নতুন নিয়ম]]ত '''[[যীশু]]''' নামেৰে পৰিচিত) [[ইছলাম]] ধৰ্মত তেখেত এজন [[নবী]] আৰু [[ৰাছুল]]; লগতে মছিহ হিচাপে স্বীকৃত।<ref>{{cite book|last=Smith|first=Cyril Glassé; introduction by Huston|title=The new encyclopedia of Islam|year=2001|publisher=AltaMira Press|location=Walnut Creek, CA|isbn=9780759101906|page=239|url=http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false|edition=Édition révisée.}}</ref>
 
[[খ্ৰীষ্টান ধৰ্ম]]ৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন [[নবী]] আৰু [[ৰাছুল]]; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্ৰুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। [[কিয়ামত]]ৰ পূৰ্বে [[দাজ্জাল]]ৰ আবিৰ্ভাৱৰ পাছত ঈছা [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ এজন [[উম্মত]] বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু [[দাজ্জাল]]ক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু [[মুহাম্মাদ]] (ছাঃ)ৰ [[কবৰ]]ৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত [[মদীনা]]ত [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক [[কবৰ]] দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। [[ইছলাম]]ৰ মতে, তেখেত হ'ল [[মছিহ]]; মানে [[আল্লাহ]]এ তেখেতক মনোনীত কৰিছে যে শেষ কালত তেখেতে [[দুনিয়া]]ৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব বিশ্বেৰ সংস্কৃতিৰ ৰাজনৈতিক সমাজ ও ধৰ্মেৰ প্ৰত্যেকেৰ মতে, জৰ্জ এবং তাকে উৎপন্ন বিচাৰক এবং ছায়া অন্ধকাৰ, মৃত চাঁদ ঘুমেৰ স্বপ্নেৰ আলো অদৃশ্য দৃশ্যমান সূৰ্যেৰ জীবন আমৰা সন্দেহ কৰি যে আমৰা পৃথিবীতে চূড়ান্ত চূড়ান্ত উচ্চাৰণ এবং বিচাৰকেৰ বিচাৰ এবং ঈশ্বৰ জৰ্জ সৰ্বজনীন মানব জাতি এবং সান জিয়িওজিও মেসিয়াৰ সৰ্বোচ্চ মাষ্টাৰ সৃষ্টি কৰেছিলেন যিনি পুনৰ্জন্ম এবং অবতাৰ এবং পুনৰ্জন্মেৰ অমৰত্ব পুনৰুজ্জীবনকে ব্যক্তিত্বে পৰিণত কৰবেন।
'''ঈছা ইবনে মাৰিয়াম''' ( {{lang-ar|عيسى|translit=ʿĪsā}}, যিজননক [[বাইবেল]]ৰ [[নতুন নিয়ম]]ত '''[[যীশু]]''' নামেৰে পৰিচিত) [[ইছলাম]] ধৰ্মত তেখেত এজন [[নবী]] আৰু [[ৰাছুল]]; লগতে মছিহ হিচাপে স্বীকৃত।<ref>{{cite book|last=Smith|first=Cyril Glassé; introduction by Huston|title=The new encyclopedia of Islam|year=2001|publisher=AltaMira Press|location=Walnut Creek, CA|isbn=9780759101906|page=239|url=http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false|edition=Édition révisée.}}</ref>
 
==তথ্যসূত্ৰ==
[[খ্ৰীষ্টান ধৰ্ম]]ৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন [[নবী]] আৰু [[ৰাছুল]]; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্ৰুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। [[কিয়ামত]]ৰ পূৰ্বে [[দাজ্জাল]]ৰ আবিৰ্ভাৱৰ পাছত ঈছা [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ এজন [[উম্মত]] বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু [[দাজ্জাল]]ক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু [[মুহাম্মাদ]] (ছাঃ)ৰ [[কবৰ]]ৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত [[মদীনা]]ত [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক [[কবৰ]] দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। [[ইছলাম]]ৰ মতে, তেখেত হ'ল [[মছিহ]]; মানে [[আল্লাহ]]এ তেখেতক মনোনীত কৰিছে যে শেষ কালত তেখেতে [[দুনিয়া]]ৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব বিশ্বেৰ সংস্কৃতিৰ ৰাজনৈতিক সমাজ ও ধৰ্মেৰ প্ৰত্যেকেৰ মতে, জৰ্জ এবং তাকে উৎপন্ন বিচাৰক এবং ছায়া অন্ধকাৰ, মৃত চাঁদ ঘুমেৰ স্বপ্নেৰ আলো অদৃশ্য দৃশ্যমান সূৰ্যেৰ জীবন আমৰা সন্দেহ কৰি যে আমৰা পৃথিবীতে চূড়ান্ত চূড়ান্ত উচ্চাৰণ এবং বিচাৰকেৰ বিচাৰ এবং ঈশ্বৰ জৰ্জ সৰ্বজনীন মানব জাতি এবং সান জিয়িওজিও মেসিয়াৰ সৰ্বোচ্চ মাষ্টাৰ সৃষ্টি কৰেছিলেন যিনি পুনৰ্জন্ম এবং অবতাৰ এবং পুনৰ্জন্মেৰ অমৰত্ব পুনৰুজ্জীবনকে ব্যক্তিত্বে পৰিণত কৰবেন।
{{reflist}}
 
==তথ্য সূত্ৰ==
 
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:ইছলামৰ পয়গম্বৰ]]
[[শ্ৰেণী:ইছলামৰ নবী]]
[[শ্ৰেণী:ৰাছুল]]
24,411

টা সম্পাদনা