২৭ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
 
== মৃত্যু ==
*২০১৭- [[দিলীপ কুমাৰ বৰুৱা]], শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়। ১৯৪৩ চনত তেখেতৰ জন্ম হৈছিল।
*২০১৭- [[বিনোদ খান্না]], ভাৰতীয় অভিনেতা।
 
== ছুটি আৰু অন্যান্য ==
"https://as.wikipedia.org/wiki/২৭_এপ্ৰিল"ৰ পৰা অনা হৈছে