১৩ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
 
==জন্ম==
*১৮৭৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট কবি [[সৰোজিনী নাইডু]]ৰ জন্ম হৈছিল (মৃত্যু: মাৰ্চ [[ মাৰ্চ]], ১৯৪৯)। তেওঁ ভাৰতৰ কোকিল বা ''দি নাইটিংগেল অৱ ইণ্ডিয়া (The Nightingale of India)'' নামেও পৰিচিত। সৰোজিনী নাইডু [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হৈছিল। স্বাধীন ভাৰতত তেওঁ [[উত্তৰ প্ৰদেশ]]ৰো ৰাজ্যপাল হৈছিল।
*১৯১৫ চনৰ আজিৰ দিনটোতে [[ন'বেল বঁটা বিজয়ী (শান্তি)|নোবেল জয়ী]] আং চান চু কীৰ পিতৃ, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামী মেজৰ জেনেৰেল আং চানৰ জন্ম হৈছিল (মৃত্যু: জুলাই [[১৯ জুলাই]], ১৯৪৭)
 
==মৃত্যু==
==দিৱস==